ETV Bharat / bharat

বিহাৰত বানৰ ভয়াৱহ ৰূপঃ এইপৰ্যন্ত মৃত্যু 23 জনৰ

author img

By

Published : Aug 8, 2020, 12:33 PM IST

ৰাজ্যখনত গংগা,মহানন্দা,বাগমতী লগতে কেইবাখনো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷

BIHAR FLOOD LIVE: Death toll rises to 23; more than 70 lakh affected
বিহাৰত বানত মৃত্যু 23 জনৰ

বিহাৰ,8 আগষ্ট : বিহাৰত অব্যাহত আছে বানৰ সংহাৰ ৷ ৰাজ্যখনত বৰ্তমানলৈ বানত 23 জন লোকৰ মৃত্যু হোৱাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে 70 লাখতকৈ অধিক লোক ৷ বিশেষকৈ বিহাৰৰ দাৰভঙ্গা,মুজফৰপুৰ,মতিহাৰী আৰু সীতামৰী জিলাত ভয়াৱহ ৰূপ লৈছে বানে ৷ আনহাতে গংগা,মহানন্দা,বুঢ়ী গণ্ডক,বাগমতী আৰু কুশীৰ লগতে ৰাজ্যখনৰ কেইবাখনো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷

BIHAR FLOOD LIVE: Death toll rises to 23; more than 70 lakh affected
বিহাৰত বানত মৃত্যু 23 জনৰ

লগতে পঢ়ক : পূৰ্ব লাডাখ পৰিদৰ্শন এয়াৰ চীফ হৰজিৎ সিং আৰোৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.