ETV Bharat / bharat

দিল্লী নিৰ্বাচনী যুঁজঃ কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ ভোটগ্ৰহণ

author img

By

Published : Feb 8, 2020, 10:10 AM IST

Updated : Feb 8, 2020, 3:28 PM IST

Battle for Delhi: Voting begins amid tight security
দিল্লী নিৰ্বাচনী যুঁজঃ কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ ভোটগ্ৰহণ

15:04 February 08

বিজেপিয়ে এতিয়াও মধ্য যুগতে বসবাস কৰি আছেঃ সঞ্জয় সিঙ

Battle for Delhi: Voting begins amid tight security
বিজেপিয়ে এতিয়াও মধ্য যুগতে বসবাস কৰি আছেঃ সঞ্জয় সিঙ

বিজেপি নেতা মনোজ তিৱাৰীক উভতি ধৰিলে আপৰ সাংসদ সঞ্জয় সিঙে ৷ বিজেপিয়ে এতিয়াও মধ্য যুগতে বসবাস কৰি আছে য'ত অস্পৃশ্যতাই আগস্থান পাইছিল ৷  বিজেপি নেতা মনোজ তিৱাৰীয়ে অৰবিন্দ কেজৰিৱালক ভণ্ড ভক্ত বুলি কোৱাৰ পাচতে এই মন্তব্য কৰে আপৰ সাংসদগৰাকীয়ে ৷

14:20 February 08

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মহিলা বিৰোধী আখ্যা দিলে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে

Battle for Delhi: Voting begins amid tight security
দিনৰ 1 বজালৈকে দিল্লীত সাব্যস্ত হৈছে 19.37 শতাংশ ভোটগ্ৰহণ

ভোটগ্ৰহণৰ দিনাও অব্যাহত আছে আপ আৰু বিজেপিৰ মাজত বাকযুদ্ধ ৷ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মহিলা বিৰোধী আখ্যা দিলে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৷  দিল্লীৰ সকলো মহিলাক ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ টুইটাৰযোগে আহ্বান জনাইছিল অৰবিন্দ কেজৰিৱালে ৷  
 

13:54 February 08

সুশীল কুমাৰে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

Battle for Delhi: Voting begins amid tight security
সুশীল কুমাৰে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

মল্লযুঁজাৰু সুশীল কুমাৰে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷ বাপৰোলা গাঁৱৰ ভোটকেন্দ্ৰত ভোটদান কৰে সুশীল কুমাৰে ৷ 

13:36 February 08

দিনৰ 1 বজালৈকে দিল্লীত সাব্যস্ত হৈছে 19.37 শতাংশ ভোটগ্ৰহণ

Battle for Delhi: Voting begins amid tight security
দিনৰ 1 বজালৈকে দিল্লীত সাব্যস্ত হৈছে 19.37 শতাংশ ভোটগ্ৰহণ

দিনৰ 1 বজালৈকে দিল্লীত সাব্যস্ত হৈছে 19.37 শতাংশ ভোটগ্ৰহণ ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ অন্ত পৰিব সন্ধিয়া 6.30 বজাত ৷ 

12:43 February 08

মুখ্য নিৰ্বাচনী বিষয়া সুনীল অৰোৰাই সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

Battle for Delhi: Voting begins amid tight security
মুখ্য নিৰ্বাচনী বিষয়া সুনীল অৰোৰাই সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ

মুখ্য নিৰ্বাচনী বিষয়া সুনীল অৰোৰাই সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ৷  নতুন দিল্লী বিধানসভা সমষ্টিৰ নিৰ্মাণ ভৱনত সাব্যস্ত কৰে ভোটাধিকাৰ ৷ উল্লেখ্য যে দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰতিদ্বন্দিতা আগবঢ়াইছে এইটো সমষ্টিৰ পৰা ৷ 

12:36 February 08

দিল্লীৰ ব্ৰিজ পুৰীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ

Battle for Delhi: Voting begins amid tight security
দিল্লীৰ ব্ৰিজ পুৰীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ

ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাৰ বাবে দিল্লীৰ ব্ৰিজ পুৰীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে কৰিছে ফ্লেগ মাৰ্চ ৷ উক্ত কেন্দ্ৰটো স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছিল নিৰ্বাচনী আয়োগে ৷  

12:17 February 08

দিল্লীৰ মঞ্জু কা তিলাত আপ আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাত

দিল্লীৰ মঞ্জু কা তিলাত আপ আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাত

দিল্লীৰ মঞ্জু কা তিলাত আপ আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাত ৷ আপৰ এগৰাকী কৰ্মীক কংগ্ৰেছ প্ৰাৰ্থী অলকা লম্বই আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ ৷ নিৰ্বাচনী আয়ুক্তত এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হ'ব বুলি মন্তব্য আপৰ নেতা সঞ্জয় সিঙৰ ৷  

12:05 February 08

দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী বিজেপি নেতা মনোজ তিৱাৰী

দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী বিজেপি নেতা মনোজ তিৱাৰী ৷ দিল্লীৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে এই মন্তব্য নেতাগৰাকীৰ ৷ 

12:04 February 08

বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানীয়ে কন্যা প্ৰতিভা আদৱানীৰে সৈতে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷ ঔৰংজেৱ লেন ভোটকেন্দ্ৰত সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ৷ 
 

11:27 February 08

পুৱা 11 বজালৈকে দিল্লীত সাব্যস্ত হৈছে 6.96 শতাংশ ভোটগ্ৰহণ

পুৱা 11 বজালৈকে দিল্লীত সাব্যস্ত হৈছে 6.96 শতাংশ ভোটগ্ৰহণ ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ অন্ত পৰিব সন্ধিয়া 6.30 বজাত ৷ 

11:23 February 08

নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

দিল্লীৰ ঔৰংজেৱ লেন ভোট কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ 
 

11:22 February 08

কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়েও সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

নতুন দিল্লীৰ নিৰ্মাণ ভৱন ভোটগ্ৰহণ কেন্দ্ৰত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়েও সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷ 

11:20 February 08

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

নতুন দিল্লীৰ নিৰ্মাণ ভৱন ভোটগ্ৰহণ কেন্দ্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷ তেওঁৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰে পত্নী গুৰুচৰণ সিঙে ৷  
 

11:19 February 08

দিল্লীত 110 বছৰীয়া বৃদ্ধাই সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

দিল্লী বিধানসভা নিৰ্বাচনত ভোট দিবলৈ ওলাই আহিল কলিতাৰা মণ্ডল নামৰ 110 বছৰীয়া বৃদ্ধা ৷ গণতন্ত্ৰক শক্তিশালী কৰাৰ স্বাৰ্থত বয়সৰ বাধা নেওচি ওলাই আহিল শতবৰ্ষ গৰকা বৃদ্ধাগৰাকী ৷ 

10:41 February 08

উত্তৰ-পূৱ দিল্লীৰ ভোটগ্ৰহণ কেন্দ্ৰতে মৃত্যু এগৰাকী নিৰ্বাচনী বিষয়াৰ

উত্তৰ-পূৱ দিল্লীৰ বাবৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত অঘটন ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ভোটগ্ৰহণ কেন্দ্ৰতে মৃত্যুক আকোঁৱালি লয় এগৰাকী নিৰ্বাচনী বিষয়াই ৷ বিষয়াগৰাকীৰ নাম উধম সিঙ বুলি জানিব পৰা গৈছে ৷ 

10:33 February 08

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

পত্নীসহ দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷ দিল্লীৰ ড৹ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ 
 

10:32 February 08

পুৱা 10 বজালৈকে দিল্লীত সাব্যস্ত হৈছে 4.33 শতাংশ ভোটগ্ৰহণ

পুৱা 10 বজালৈকে দিল্লীত সাব্যস্ত হৈছে 4.33 শতাংশ ভোটগ্ৰহণ ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ অন্ত পৰিব সন্ধিয়া 6.30 বজাত ৷ 

10:26 February 08

দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচোড়িয়াই সাব্যস্ত কৰিলে নিজৰ ভোটধিকাৰ

পাণ্ডৱ নগৰ ভোটগ্ৰহণ কেন্দ্ৰত দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচোড়িয়াই পৰিয়ালসহ সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷ পটপাৰগঞ্জ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে নেতাগৰাকীয়ে ৷

10:14 February 08

দিল্লীৰ শ্বাহিনবাগৰ ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক ভিৰ

দিল্লীৰ শ্বাহিনবাগৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা পৰিলক্ষিত হৈছে ব্যাপক ভিৰ ৷ ওখলা সমষ্টিৰ পৰা আপৰ  আমানুটুল্লাহ, কংগ্ৰেছৰ পাৰভেজ হাছমী আৰু বিজেপিৰ ব্ৰাম সিঙ বিডুৰিয়ে আগবঢ়াইছে নিজৰ প্ৰতিদ্বন্দিতা ৷
 

10:10 February 08

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

দিল্লীৰ চিভিল লাইনৰ ভোটগ্ৰহণ কেন্দ্ৰত পৰিয়ালৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ ৷ নতুন দিল্লী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

09:31 February 08

আজি অনুষ্ঠিত হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি অনুষ্ঠিত হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ মুঠ 70 খন আসনৰ বাবে পুৱা 8 বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ 13,751 ভোট কেন্দ্ৰত প্ৰায় 1 কোটি 46 লাখ জনতাই নিৰ্ণয় কৰিব 668 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ভোট কেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ ব্যাপক ভিৰ ৷ আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজত মূল নিৰ্বাচনী যুজ হোৱাৰ সম্ভাৱনা ৷ 

ZCZC
PRI GEN NAT
.NEWDELHI DEL3
DL-POLL-LD VOTING
Battle for Delhi: Voting begins amid tight security
(Eds: Adding Kejriwal, BJP prez tweets)
          New Delhi, Feb 8 (PTI) The polling for the 70-member Delhi Assembly got underway on Saturday morning, an election that saw the ruling AAP, opposition BJP and the Congress engaged in a bitterly fought high-octane campaign.
          Over 1.47 crore people are eligible to exercise their franchise in the polls that will decide the fate of 672 candidates.
          The polling began at 8 am and will end at 6 pm, an official said.
          Security forces kept a tight watch across the 70 constituencies, with police and paramilitary personnel keeping an "extra vigil" in sensitive areas like Shaheen Bagh, Jamia Nagar and Seelampuri.
          There are over 81 lakh male voters, 66.80 lakh female voters, and 869 third-gender voters, Delhi Chief Electoral Officer (CEO) Ranbir Singh has said.
          Around 2.33 lakh voters are in the age group of 18-19, 2.04 lakh voters are senior citizens aged 80, while there are 11,608 service voters, according to officials.
          Prominent candidates in the fray include Chief Minister Arvind Kejriwal, his deputy Manish Sisodia, Atishi and Raghav Chadha of the AAP; four former mayors -- Azad Singh, Yogender Chandolia, Ravinder Gupta and Khushi Ram -- of the BJP; and Shivani Chopra, daughter of Delhi Congress president Subhash Chopra.
          "Please go to cast vote. A special appeal to all the women - As your shoulder the responsibility at home, likewise, the responsibility of the country and Delhi is on your shoulders," Kejirwal tweeted.
          "All of you women do cast your vote and take along men with you. Do discuss with men about voting for whom will be right," the chief minister added.
          BJP president J P Nadda also appealed to all the voters to vote in large numbers.
          "Each vote of you is important for the unity and integrity of the country and holistic development of Delhi. Your vote only will be script the golden future of Delhi. 'Pehle Matdan, Phir Jalpan'. Jai Hind," Nadda tweeted.
          There are 13,750 polling booths, besides one auxiliary booth, located at 2,689 locations across Delhi.
          "As far as critical polling stations are concerned, there are 516 locations and 3,704 booths in that category," Singh said.
          Besides police security, polling stations falling in the "critical category" have got paramilitary cover. Activities at such stations are being monitored through webcasting, officials said.
          All five polling stations in Shaheen Bagh, the epicentre of massive protests against the Citizenship (Amendment) Act, are under critical category.
          Counting of votes will take place on Tuesday.
          The Aam Aadmi Party is hoping to repeat its stellar performance of the last assembly polls when it won 67 of the 70 seats. The Bharatiya Janata Party, which bagged all the seven seats in Delhi in the 2019 Lok Sabha poll, is aiming to dislodge the AAP, while the Congress is seeking to better its performance than last time when it drew a blank in the assembly polls.
          The AAP had got 54.3 per cent votes in the 2015 polls, while the BJP secured 32 per cent and the Congress bagged just 9.6 per cent. PTI KND
VIT
HMB
02080830
NNNN
Last Updated :Feb 8, 2020, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.