বৃহস্পতিবাৰে পাঁচটা আদিবাসী বিদ্ৰোহী সংগঠনৰে শান্তি আলোচনাত বহিব হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Sep 14, 2022, 10:09 AM IST

Updated : Sep 14, 2022, 11:48 AM IST

Adivasi militant groups

কাইলৈ নতুন দিল্লীত পাঁচটাকৈ আদিবাসী সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Peace pact with Adivasi militant group)৷

  • কাইলৈ পাঁচটাকৈ আদিবাসী সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Peace pact with Adivasi militant group)
  • নতুন দিল্লীত অনুষ্ঠিত হ’ব এই বিশেষ বৈঠক
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা
  • অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা সদৰী কৰিছে
  • সদৌ আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মি, আদিবাসী কোব্ৰা মিলিটেন্ট অৱ আছাম, বিৰছা কামাণ্ডো ফ’ৰ্চ, চাওঁতাল টাইগাৰ ফ’ৰ্চ আৰু আদিবাসী পিপলচ্ আৰ্মিৰ সৈতে হ’ব আলোচনা
  • আটাইকেইটা সংগঠন বৰ্তমান যুদ্ধবিৰতিত আছে (Adivasi militant groups)
  • 2013 চনত গুৱাহাটীত প্ৰথম বাৰৰ বাবে চৰকাৰৰ লগত শান্তি আলোচনাত মিলিত হয় এই পাঁচটা গোট
  • 2020 চনৰ 27 জানুৱাৰীত বড়ো উগ্ৰপন্থী সংগঠন NDFB ৰ চাৰিটা গোটৰ লগত শান্তি চুক্তিৰ আধাৰত আলোচনা হৈছিল কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ লগত
  • সেই সময়ত চাৰিটা গোটৰ ১,৬১৫ জন সদস্যই আত্মসমৰ্পণ কৰি এই শান্তি চুক্তিত মিলিত হৈছিল
Last Updated :Sep 14, 2022, 11:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.