ETV Bharat / snippets

ৰেমলৰ পাচত এইবাৰ অসমক জোকাৰিলে ভূইকঁপে

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:15 PM IST

meteorological centre assam
ৰেমলৰ পাচত এইবাৰ অসম কঁপিল ভূইকঁপত (Etv bharat assam)

তেজপুৰ, 29 মে': ৰাজ্যত ভূমিকম্পৰ জোকাৰণি । ৰেমল ঘূৰ্ণিবতাহৰ পাচত এতিয়া যেন বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ পৰিলক্ষিত হৈছে অসমত ।

বুধবাৰৰ সন্ধিয়া প্ৰায় 6.43 বজাত ভূঁইকপৰ জোকাৰণি অনুভূত হয় ৰাজ্যৰ লগতে উঃপূৰ্বাঞ্চলত । এই ভূইকঁপৰ উৎপত্তিস্থল ম্যানমাৰ বুলি জানিব দিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল 5.6 ।

আনহাতে, ৰাজ্যত ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল 4 ৷

এই ভূমিকম্পৰ ফলত ৰাজ্যত কোনো ক্ষয়-ক্ষতিৰ তথ্য বাতৰি লিখাৰ সময়লৈকে পোৱা হোৱা নাই । অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কিছু জিলাতো ইয়াৰ কম্পন অনুভূত হয় ।

লগতে পঢ়ক: পুৱাই 3.5 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.