ETV Bharat / state

ইতিহাস হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থানৰ প্ৰসংগ; স্থান প্ৰাপক অবিহনে ওলাল ফলাফল - Assam HS Result 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 8:10 AM IST

Updated : May 9, 2024, 9:27 AM IST

ASSAM HIGHER SECONDARY RESULT 2024 : আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ২০২৪ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ এই ফলাফল ক’ত কেনেকৈ চাব পাৰিব, সেয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Higher Secondary School Examination 2024 results will be announced at 9 am today
ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ২০২৪ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (ETV BHARAT ASSAM)

গুৱাহাটী, ৯ মে’ : আজি ৯ বজাত ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ২০২৪ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত নাই কোনো শীৰ্ষ স্থান ।

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ 2024 ৰ পৰীক্ষাৰ ফলাফল :

কলা শাখা :

  • উত্তীৰ্ণৰ হাৰ 88.24%
  • মুঠ পৰীক্ষাৰ্থী 201089
  • উত্তীৰ্ণ পৰীক্ষাৰ্থী 177434
  • প্ৰথম বিভাগত 41133
  • দ্বিতীয় বিভাগ 66408
  • তৃতীয় বিভাগ 69890

ইফালে

  • ৯৭.৪৪% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বাক্সা জিলা
  • ৯৭.০৩% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত নলবাৰী জিলা
  • ৯৬.৯৫% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত দৰং জিলা

বিজ্ঞান শাখা :

  • উত্তীৰ্ণৰ হাৰ 90.29 %
  • মুঠ পৰীক্ষাৰ্থী 54552
  • উত্তীৰ্ণ পৰীক্ষাৰ্থী 49256
  • প্ৰথম বিভাগ 25437
  • দ্বিতীয় বিভাগ 18201
  • তৃতীয় বিভাগ 5549

ইফালে

  • 97.98% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তামুলপুৰ
  • 97.60% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত শিৱসাগৰ
  • 95.86% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত বাক্সা

বাণিজ্য শাখা :

  • উত্তীৰ্ণৰ হাৰ 88.28 %
  • মুঠ পৰীক্ষাৰ্থী 17395
  • উত্তীৰ্ণ পৰীক্ষাৰ্থী 15356
  • প্ৰথম বিভাগত 6192
  • দ্বিতীয় বিভাগ 6052
  • তৃতীয় বিভাগ 3112

ইফালে

  • 97.42% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত শিৱসাগৰ
  • 96.91% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত বজালী
  • 95.88% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত বাক্সা

পুৱা ৯ বজাৰৰ লগে লগে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কেবাটাও ৱেবছাইটত প্ৰকাশ কৰিছে ফলাফল ৷ ৱেবছাইট কেইটা হ’ল -

1) https://ahsec.assam.gov.in/

2) https://iresults.net/

3) https://indiaresults.com/

4) https://assamjobalerts.com/

5) https://www.results.shiksha/

6) https://iresults.in/

7) https://www.fastresult.in/

8) https://assamresult.in/

আজি তিনিওটা শাখা ক্ৰমে বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ লগতে বৃত্তিমুখী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে ।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ১০ মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱাই দুদিনৰ পূৰ্বে ঘোষণা কৰিছিল । ইয়াৰ পিচতে আজি ফলাফল ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্ৰীয়ে বুধবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ।

এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ২,৮০,২১৬ গৰাকী শিক্ষার্থী অৱতীৰ্ণ হৈছে । এইসকলৰ ভিতৰত কলা শাখাত ২,০৬,৪৬৭ গবাকী, বিজ্ঞান শাখাত ৫৫,২৮৭ গৰাকী, বাণিজ্য শাখাত ১৭,৫৮২ গৰাকী আৰু বৃত্তিমূলক শাখাত ৮৮০ গৰাকী শিক্ষার্থী আছে । উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈকে অনুষ্ঠিত হৈছিল ৷

উল্লেখ্য যে, ১০ মে’ৰ পূৰ্বে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্ৰীয়ে পূৰ্বেই সদৰী কৰিছিল । কিছুদিন পূৰ্বে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত কোনো দুষ্টচক্ৰই ভুৱা প্ৰচাৰ চলাইছিল । তাৰ পিচতেই শিক্ষামন্ত্ৰী আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক : বৃহস্পতিবাৰে পুৱা ৯ বজাত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল - Assam Higher Secondary Result 2024

Last Updated : May 9, 2024, 9:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.