ETV Bharat / photos

ছবিগৃহত প্ৰস্তুতিৰ ‘প্ৰতিশ্ৰুতি’ৰ দপদপনি, সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে ক’লে এই কথা - Pratisruti Assamese Movie

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 4:54 PM IST

Prastuti Parashar's new film 'Pratishruti' is now in theatres, actress shared photos on social media
Pratisruti Assamese Movie: মুক্তি পালে আন এখন নতুন অসমীয়া কথাছবি ‘প্ৰতিশ্ৰুতি’ । ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে নতুন ছবিখন । মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে মহানগৰীৰ বেলতলাৰ মেট্ৰিক্স ছবিগৃহত প্ৰিমিয়াৰ মুকলি হয় । অসমৰ লগতে আজি দিল্লী, বেংগালুৰুকে ধৰি বহিঃৰাজ্যৰ ৫৫টা ছবি গৃহত মুক্তি লাভ কৰিছে নতুন অসমীয়া ছবিখন । (INSTAGRAM)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.