অনন্য ৰূপত আইমী বৰুৱা ! আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইবাৰো উজলি উঠিছে অভিনেত্ৰীগৰাকী - AIMEE BARUAH IN CANNES
Aimee Baruah in Cannes Film Festival: কাঁ চলচ্চিত্ৰ মহোৎসৱত উপস্থিত আছে অসমীয়া বোলছবিৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা ৷ সম্প্ৰতি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰাই অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে কেইখনমান আকৰ্ষণীয় ছবি ৷ তৃতীয়বাৰৰ বাবে Cannes Film Festivalৰ ৰেড কাৰ্পেটত খোজ দিলে অভিনেত্ৰীগৰাকীয়ে ৷ চাওক অভিনেত্ৰীগৰাকীৰ কেইখনমান আকৰ্ষণীয় ছবি ৷
(INSTAGRAM)

Published : May 24, 2024 at 7:23 PM IST

