ETV Bharat / health

কিয় পালন কৰা হয় Promise Day, ইয়াৰ ইতিহাস তথা গুৰুত্ব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 4:26 AM IST

Promise Day 2024: এই সপ্তাহটো প্ৰেমিক যুগলৰ বাবে অতি বিশেষ হয় ৷ আজি প্ৰ’মিজ ডে’ অৰ্থাৎ প্ৰেমিক যুগলে ইজনে আনজনক প্ৰতিশ্ৰুতি দিয়াৰ দিন এই উপলক্ষে এই দিনটোৰ গুৰুত্ব তথা ইতিহাস সম্পৰ্কে জানি লওক-

Why is Promise Day celebrated, know its history and importance
কিয় পালন কৰা হয় প্ৰ'মিছ ডে', ইয়াৰ ইতিহাস তথা গুৰুত্ব জানি লওক

প্ৰেমৰ সপ্তাহৰ পঞ্চম দিনা প্ৰ'মিছ ডে' পালন কৰা হয় ৷ এই দিনটোত প্ৰেমিক যুগলে ইজনে আনজনক কিছু বিশেষ প্ৰতিশ্ৰুতি দিয়ে ৷ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ভেলেণ্টাইন উইক ১৪ ফেব্ৰুৱাৰীত অন্ত পৰে ৷ প্ৰেমিক যুগলৰ বাবে ভেলেণ্টাইন উইকৰ প্ৰতিটো দিন বিশেষ, কাৰণ প্ৰতিটো দিনেই এক নতুন দিন৷ ভেলেণ্টাইন উইক আৰম্ভ হয় ৰ’জ ডে’ৰ পৰা ৷ আজিৰ দিনটোত প্ৰেমিক যুগলে ইজনে আনজনক গোলাপ ফুল দি প্ৰেম প্ৰকাশ কৰে ৷ পিছদিনা প্ৰ’পজ ডে, চকলেট ডে, টেডি ডে আৰু তাৰ পিছত প্ৰ’মিজ ডে উদযাপন কৰা হয় ৷

প্ৰতিটো প্ৰেমিক যুগলৰ জীৱনত ফেব্ৰুৱাৰী মাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এই মাহত বহুতে নিজৰ প্ৰেমক বিচাৰি পায় আনহাতে কিছুমান মানুহৰ হৃদয়ো ভাঙে কোনোবাই আকৌ মনে মনে ভাল পাই থকা নিজৰ প্ৰিয় ব্যক্তিগৰাকীক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এই মাহটোলৈ অপেক্ষা কৰে যাতে তেওঁলোকে মুকলিকৈ নিজৰ প্ৰেম প্ৰকাশ কৰিব পাৰে ৷ আনহাতে কোনো সম্পৰ্কত নথকা সকলে প্ৰতিটো ভেলেণ্টাইন ডে’ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে উদযাপন কৰিবলৈ ভাল পায় ৷

যদিও এই গোটেই সপ্তাহটো প্ৰেমিক যুগলৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিন্তু আজি আমি আপোনালোকক ক'বলৈ ওলাইছো প্ৰ'মিছ ডে'ৰ ইতিহাস আৰু ইয়াৰ গুৰুত্বৰ সৈতে জড়িত এটা আকৰ্ষণীয় কাহিনী ৷

প্ৰ'মিছ ডে'ৰ ইতিহাস

যদিও এই দিনটোৰ কোনো লিখিত ইতিহাস নাই, কিন্তু বছৰ বছৰ ধৰি ভেলেণ্টাইন সপ্তাহৰ পঞ্চম দিনটোত প্ৰ'মিছ ডে' পালন কৰি অহা হৈছে৷ যুগ যুগ ধৰি প্ৰেমিক যুগলে নিজৰ প্ৰেমৰ সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবলৈ এই দিনটোত ইজনে আনজনক বহু প্ৰতিশ্ৰুতি দিয়ে ৷ ইয়াক উদযাপন কৰাৰ আটাইতকৈ উত্তম উপায় হ'ল আপুনি ইজনে আনজনক দিয়া প্ৰতিশ্ৰুতিবোৰ কাগজত লিখি উপহাৰ দিয়া ৷ আনহাতে মহিলাসকলে এই ধৰণৰ উপহাৰ খুবেই পচন্দ কৰে ৷

লগতে পঢ়ক: আপোনাৰ প্ৰিয়জনক টেডি বিয়েৰ দিব বিচাৰিছে নেকি ? তেন্তে জানি লওক ইয়াৰ বিভিন্ন ৰঙৰ অৰ্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.