ETV Bharat / health

কৰ্মক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি ? তেন্তে কৰক এই উপায়!

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 10:29 AM IST

Vastu Tips: কৰ্মক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে আছে নেকি ? সহকৰ্মীৰ সৈতে ভালদৰে মিলিব নাই পৰা নাই নেকি তেন্তে কৰক এই উপায় ৷ এই সম্পৰ্কে জনালে সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ৷

are-you-facing-any-difficulties-at-work-then-do-this-way
কৰ্মক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি ? তেন্তে কৰক এই উপায়!
সংখ্যাতত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মন

গুৱাহাটী, 26 ফেব্ৰুৱাৰী: বৰ্তমান সময়ত প্ৰায় ভাগ লোকেই স্বাৱলম্বী ৷ চৰকাৰী বা বেচৰকাৰীকে ধৰি, ব্যৱসায়- বাণিজ্য আদিৰে স্বাৱলম্বী হৈছে প্ৰায় ভাগ লোক ৷ বহুক্ষেত্ৰত দেখা যায় যে যি সকল লোক বেচৰকাৰী প্ৰতিষ্ঠান আদিত কৰ্মৰত হৈ থাকে তেনে লোকসকলৰ প্ৰায়ে চাকৰিৰ প্ৰতি অনিশ্চয়তা এটা থাকে যে তেওঁলোকৰ চাকৰিটো গুচি যাব নেকি ? বা কৰ্মক্ষেত্ৰৰ লগতে সহকৰ্মীৰ বা কৰ্তৃপক্ষৰ সৈতে ভালদৰে ভালদৰে মিলিব নোৱাৰে এনেধৰণৰ নানান চিন্তা মনলৈ আহে ৷ যদি এনে ধৰণৰ কিবা সমস্যাত আপুনিও ভুগি আছে তেনেহলে সংখ্যাতত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে আগবঢ়োৱা এই উপায়সমূহ অৱলম্বন কৰি এই সমস্যাৰ এই পৰা পৰিত্ৰাণ পাব পাৰিব-

কি উপায় কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব ?

প্ৰথম উপায়টো হ'ল যিকোনো এটা ৰবিবাৰে আধা কেজি আটাৰ ৰুটি বনাব ৷ আৰু সেই ৰুটি গৰুক খুৱাব ৷ এই উপায়টো মাহত দুবাৰ বা তিনিবাৰ কৰিব ৷

দ্বিতীয় উপায়টোৰ বাবে লাগিব ৭ টা হালধীৰ টুকুৰা, ৭ টা গুৰৰ টুকুৰা আৰু এটা মুদ্ৰা ৷ এই গোটেইখিনি সামগ্ৰী এখন হালধীয়া কাপোৰত ভালদৰে বান্ধি ল'ব ৷ বান্ধি লৈ টোপোলাটো নিজৰ মূৰৰ ওপৰেদি ঘড়ীৰ কাঁটাৰ বিপৰীতে অৰ্থাৎ এণ্টি ক্লকৱাইজ ঘূৰাব ৷ তাৰপাছত টোপোলাটো লৈ যিকোনো ৰেল লাইনৰ ওচৰত যাব ৷ ৰেল লাইনত গৈ আগৰ ফালে দলিয়াই দিব ৷ টোপোলাটো দলিয়াই দিয়াৰ পাছত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিব যাতে যিটো সমস্যাত ভুগি আছে চাকৰিত হওক বা কৰ্মক্ষেত্ৰত হওক সেই সকলো ক্ষেত্ৰতে কোনো অসুবিধা নাহে ৷

লগতে পঢ়ক: চাকৰি বা কৰ্মক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.