ETV Bharat / health

ভেলেণ্টাইন ডে’ৰ সৈতে চকলেটৰ সম্পৰ্ক কি ? প্ৰেমিক যুগলে কিয় দিনটো উদযাপন কৰা উচিত

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 7:00 AM IST

Updated : Feb 9, 2024, 10:58 AM IST

Chocolate Day 2024: যদিও চকলেট মিঠা খাদ্য হিচাপে বিখ্যাত, তথাপিও ইয়াক প্ৰেম প্ৰকাশৰ মাধ্যম হিচাপে গণ্য কৰা হয় ৷ ইয়াৰ বাবে চকলেটৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায় ৷ গোটেই দিনটো চকলেটৰ বাবে উৎসৰ্গা কৰা হৈছে ৷ কিন্তু এই দিনটো কিয় উদযাপন কৰা হয় জানো আহক-

Chocolate Day 2024
চকলেট ডে

ভেলেণ্টাইন সপ্তাহৰ তৃতীয় দিনটো চকলেট ডে হিচাপে পালন কৰা হয় ৷ এই দিনটোত মানুহে নিজৰ প্ৰিয়জনক চকলেট দিয়ে ৷ চকলেটে সম্পৰ্কত মধুৰতা যোগ কৰাৰ কাম কৰে ৷ যদিও চকলেট মিঠা খাদ্য হিচাপে বিখ্যাত, তথাপিও ইয়াক প্ৰেম প্ৰকাশৰ মাধ্যম হিচাপে গণ্য কৰা হয় ৷ ইয়াৰ বাবে চকলেটৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায় ৷ গোটেই দিনটো চকলেটৰ বাবে উৎসৰ্গা কৰা হৈছে ৷

Chocolate Day 2024
চকলেট ডে

প্ৰতি বছৰে ৯ ফেব্ৰুৱাৰীৰ দিনটো চকলেট ডে হিচাপে পালন কৰা হয়, যিটো ভেলেণ্টাইন উইকৰ বিশেষ দিন ৷ আজিৰ দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে ইজনে সিজনক চকলেট উপহাৰ দি নিজৰ হৃদয়স্পৰ্শী অনুভৱ প্ৰকাশ কৰে ৷ চকলেট ডে’ক কেনেকৈ আপোনাৰ সংগীৰ বাবে বিশেষ কৰি তুলিব পাৰি জানো আহক-

চকলেট ডে কিয় উদযাপন কৰা হয় ?

প্ৰেম সপ্তাহৰ এই দিনটোত সকলো প্ৰেমিক যুগলে নিজৰ প্ৰিয় চকলেট নিজৰ সংগীক দি প্ৰেমৰ ভাৱ প্ৰকাশ কৰে ৷ কিন্তু আপুনি জানেনে যে চকলেটৰ ইতিহাস প্ৰায় ৪ হাজাৰ বছৰ পুৰণি ৷ প্ৰথমবাৰৰ বাবে আমেৰিকাত দেখিবলৈ পোৱা গৈছিল চকলেট গছ ৷ আনহাতে মেক্সিকোৰ মায়া সভ্যতাৰ মানুহে ধৰ্মীয় অনুষ্ঠানৰ বাবে চকলেট ব্যৱহাৰ কৰিছিল ৷ দৰা-কইনাই ইজনে সিজনক চকলেট দিছিল ৷ তেতিয়াৰ পৰাই এই ধাৰা চলি আছে ৷

Chocolate Day 2024
চকলেট ডে

চকলেট স্পেনিছ ভাষাৰ এক শব্দ ৷ কোৱা হয় যে, আগতে চকলেট সোৱাদত তিতা আছিল ৷ আমেৰিকাত ক’ক’ৰ গুটি পিহি কিছু মছলা আৰু জলকীয়া দি তিতা চকলেট তৈয়াৰ কৰা হৈছিল ৷ চকলেটত ব্যৱহৃত ক'ক গছ ২০০০ বছৰ পূৰ্বে আমেৰিকাৰ বৰ্ষাৰণ্যত দেখিবলৈ পোৱা গৈছিল ৷ এই গছৰ বীনত থকা গুটিৰ পৰা চকলেট তৈয়াৰ কৰা হয় ৷

লগতে কোৱা হয় যে, চকলেট প্ৰথমে আৰম্ভ কৰিছিল মধ্য আমেৰিকা আৰু মেক্সিকোৰ মানুহে ৷ কিন্তু স্পেইনত চকলেট আটাইতকৈ বিখ্যাত হৈ পৰিছিল ৷ কোৱা হয় যে, পূৰ্বে চকলেট খাব পৰা বস্তু নাছিল বৰঞ্চ খোৱাৰ বস্তু আছিল ৷

১৫২৮ চনত যেতিয়া স্পেইনে মেক্সিকো দখল কৰে, তেতিয়া ৰজাই বহু পৰিমাণৰ ক’ক’ গুটি আৰু চকলেট বনোৱা সঁজুলি লৈ স্পেইনলৈ লৈ যায় ৷ ইয়াৰ পিছত তাত চকলেটৰ প্ৰচলন আৰম্ভ হয় ৷ প্ৰথমাৱস্থাত চকলেটৰ সোৱাদ তিতা আছিল ৷ অলপ পিছতে চকলেট স্পেইনৰ সম্ভ্ৰান্ত লোকসকলৰ ফেশ্বনেবল পানীয় হৈ পৰিল ৷ ইয়াৰ পিছত তিতা সোৱাদ সলনি কৰিবলৈ তাত মৌ আৰু অন্যান্য বস্তু দি ঠাণ্ডা কফি তৈয়াৰ কৰা হৈছিল ৷ ইয়াৰ পিছত এজন চিকিৎসক ছাৰ হান্স স্ল’নে ইয়াক প্ৰস্তুত কৰি পানযোগ্য কৰি তুলিলে ৷

Chocolate Day 2024
চকলেট ডে

১৮২৮ চনত কনৰাড জোহানেছ ভ্যান হটেন নামৰ এজন ডাচ ৰসায়নবিদে ক'ক প্ৰেছ নামৰ যন্ত্ৰ এটা নিৰ্মাণ কৰিছিল ৷ ইয়াৰ পিছত ১৮৪৮ চনত ব্ৰিটিছ চকলেট কোম্পানী জে.এৰ ফ্ৰাই এণ্ড সন্সে প্ৰথমবাৰৰ বাবে ক’ক’ত মাখন, গাখীৰ আৰু চেনি মিহলাই প্ৰথমবাৰৰ বাবে কঠিন কৰি চকলেট ৰূপ দিয়ে ৷ কোৱা হয় যে মেক্সিকোৰ মায়া সভ্যতাৰ মানুহে ধৰ্মীয় অনুষ্ঠানৰ বাবে চকলেট ব্যৱহাৰ কৰিছিল ৷ আগতে দৰা-কইনা ইজনে সিজনক চকলেট উপহাৰ দিছিল ৷ তেওঁ কাকৌ ঈশ্বৰকো নিজৰ দেৱতা বুলি গণ্য কৰিছিল ৷

চকলেটৰ উপকাৰিতা

  • চকলেট ডে উদযাপন কৰিবলৈ ইয়াৰ উপকাৰিতাৰ বিষয়েও জানি লওক-
  • চকলেটত ফ্লেভানল পোৱা যায়, যাৰ ফলত বয়স বৃদ্ধিৰ লক্ষণ কম হয় ৷
  • চকলেট ফেচিয়েল, ৱাক্সিং, ফেচ পেক আৰু চকলেট বাথ আদিয়ে বলিৰেখা কমাই ছালৰ উন্নতিত সহায় কৰিব পাৰে ৷
  • এক অধ্যয়ন অনুসৰি চকলেট সঠিকভাৱে সেৱন কৰিলে ওজন কমাবলৈ সহজ হয় ৷
  • চকলেট সেৱন পুৰুষৰ বাবে যৌন শক্তি বৃদ্ধিকাৰী হিচাপে কাম কৰে ৷
  • অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি কৰা হৰম’ন নিয়ন্ত্ৰণ কৰি হতাশা দূৰ কৰাত চকলেট ফলপ্ৰসূ ৷

সংগীৰ সৈতে চকলেট ডে কেনেকৈ পালন কৰিব লাগে ?

প্ৰেম জীৱনৰ বাবে চকলেট অতি উপকাৰী ৷ এই কাৰণেই এটা সম্পূৰ্ণ দিন চকলেট ডে হিচাপে পালন কৰা হয় ৷ এই দিনটো বিশেষভাৱে উদযাপন কৰিবলৈ আপুনি পুৱা চকলেটেৰে দিনটোৰ আৰম্ভণি কৰিব পাৰে ৷ আপোনাৰ সংগীৰ বাবে গোটেই দিনটো সুখদায়ক কৰিবলৈ ব্ৰেকফাষ্টত চকলেটেৰে এবিধ খাদ্য ৰাখক ৷ ইচ্ছা কৰিলে সংগীৰ সৈতে একেলগেও বনাব পাৰে ৷ আপুনি সময় উলিয়াই আপোনাৰ সংগীৰ সৈতে ভাল স্পালৈ গৈ চকলেট মালিচ কৰিব পাৰে ৷

লগতে পঢ়ক: হাৰ্ট এটাক-ষ্ট্ৰোকৰ পূৰ্বে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ; WHO এ টুইট কৰিছে লক্ষণৰ তালিকা

Last Updated : Feb 9, 2024, 10:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.