ETV Bharat / health

এইসমূহ সোৱাদযুক্ত খাদ্যৰ সৈতে উদযাপন কৰক 75 সংখ্যক গণৰাজ্য দিৱস

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 2:00 PM IST

Easy Republic Day Recipes : 26 জানুৱাৰী তাৰিখে সমগ্ৰ দেশে উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস ৷ এই উপলক্ষে ঘৰতে আপুনিও ভাৰতীয় জাতীয় পতাকাৰ ৰঙৰ ৰেচিপি তৈয়াৰ কৰিব বিচাৰে নেকি ? তেন্তে আমি আপোনালোকৰ বাবে লৈ আহিছো কিছুমান বিশেষ ত্ৰিৰঙী ৰেচিপি যাক আপুনি সহজে ঘৰতে তৈয়াৰ কৰিব পাৰে ৷

Celebrate the 75th Republic Day with these delicious dishes
এইসমূহ সোৱাদযুক্ত খাদ্যৰ সৈতে উদযাপন কৰক 75 সংখ্যক গণৰাজ্য দিৱস

26 জানুৱাৰী তাৰিখে সমগ্ৰ দেশে উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস, যদি আপুনিও দেশপ্ৰেমৰ ৰঙত ডুব গৈ আপোনাৰ পাকঘৰত কিছুমান সোৱাদযুক্ত ভাৰতীয় জাতীয় পতাকাৰ ৰঙৰ ৰেচিপি তৈয়াৰ কৰিব বিচাৰে ৷ তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে এই খাদ্যবোৰ খাই ভালপায় ৷ আপুনিও এই ৰেচিপিসমূহেৰে আপোনাৰ পৰিয়ালৰ সৈতে উদযাপন কৰক 75 সংখ্যক স্বাধীনতা দিৱস ৷

ত্ৰিৰংগ পুলাও

এই গণৰাজ্য দিৱসক বিশেষ কৰি তুলিবলৈ আপুনি পৰিয়ালৰ সৈতে সুস্বাদু তথা সুগন্ধিদায়ক ত্ৰিৰংগ পুলাও তৈয়াৰ কৰি ইয়াৰ সোৱাদ উপভোগ কৰিব পাৰে ৷ ইয়াৰ ত্ৰিৰংগ পাবলৈ চাউলখিনি কুকাৰত ঘিউ দি গোটা মছলাৰ সৈতে পালেং আৰু কেশৰ দি পৃথকে পৃথকে ৰান্ধি প্ৰস্তুত কৰক ৷

75th Republic Day
গণৰাজ্য দিৱস বিশেষ ৰেচিপি

ত্ৰিৰংগ চেণ্ডুইচ -

ত্ৰিৰংগ চেণ্ডউইচ বনাবলৈ ব্ৰেড স্লাইচ, বিলাহী, তিয়ঁহ, পনীৰৰ টুকুৰা, মাখন, মেয়নেজ, টমেটো কেচাপ আৰু সেউজীয়া চাটনিৰ প্ৰয়োজন হ’ব ৷ ইয়াৰ পিচত আপোনাৰ চেণ্ডুইচ ব্ৰেকফাষ্টত পৰিবেশন কৰিবলৈ সাজু হৈ গৈছে ৷ গণৰাজ্য দিৱসৰ পুৱা পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰক ৷

ত্ৰিৰংগ পৰঠা -

ত্ৰিৰংগ পৰঠা বনাবলৈ তিনি প্ৰকাৰৰ আটা গুড়ি ল’ব লাগিব ৷ এই পৰঠা সেউজীয়া আটাৰ বাবে পালেং পিউৰি আৰু কেশৰৰ বাবে বিলাহীৰ পিউৰি ব্যৱহাৰ কৰি তৈয়াৰ কৰিব পাৰি ৷

ত্ৰিৰংগ পাস্তা চালাড-

ত্ৰিৰংগ পাস্তা বনাবলৈ প্ৰথমে এটা বাটিত চালাড ড্ৰেছিং, বিলাহী, অলিভ, তুলসী দি সকলো ভালদৰে মিহলাই লওক ৷ ইয়াৰ পিছত ইয়াত কুটি লোৱা পনীৰ দিব ৷ আপোনাৰ স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত ত্ৰিৰংগ পাস্তা সাজু হৈছে ৷

ত্ৰিৰংগ ইডলি-

ত্ৰিৰংগ ইডলি বনাবলৈ প্ৰথমে কমলা ৰঙৰ বেটাৰ প্ৰস্তুত কৰক, যাৰ বাবে সেউজীয়া ৰঙৰ বাবে অলপ কুটি লোৱা বিলাহী আৰু অলপ ব্লাঞ্চ কৰা পালেং গ্ৰেভি দিব ৷ এতিয়া ষ্টীমাৰৰ প্লেটখনত মাখন দি তিনিটা ৰঙেৰে প্ৰস্তুত কৰা বেটাৰখিনি পৃথকে পৃথকে ষ্টীমাৰত ভৰাই ত্ৰিৰংগ ইডলি প্ৰস্তুত কৰক ৷

ত্ৰিৰংগ পেৰা-

গণৰাজ্য দিৱস আৰু এই উপলক্ষে মিঠা খাদ্য নোহোৱাকৈ সম্পূৰ্ণ হ’ব পাৰে নেকি | সেয়ে এই উপলক্ষে আপুনি ঘৰতে ত্ৰিৰংগ পেৰা প্ৰস্তুত কৰিব পাৰে ৷ ত্ৰিৰংগ মিঠাই প্ৰস্তুত কৰিবলৈ গাখীৰ, খয়া, মিল্ক মেইট আৰু ইলাচী ব্যৱহাৰ কৰিব লাগে ৷ ইয়াৰ বাবে এখন নন ষ্টিকি কেৰাহীত গাখীৰখিনি ভালদৰে উতলিবলৈ দি গাঢ় হ’লে তাত খয়া বাদামী ৰং হোৱালৈকে ৰান্ধক ৷

ইয়াৰ পিচত ইয়াত মিল্কমেইটখিনি ঢালি দিয়ক যিমান মিঠা আপুনি খাব বিচাৰে ৷ ইয়াৰ পিচত ইলাচীৰে গাৰ্ণিচং কৰি ৷ পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰি গণৰাজ্য দিৱসক বিশেষ কৰি তুলিবলৈ চেষ্টা কৰিব পাৰে ৷

লগতে পঢ়ক : দূৰ হ’ব ছালৰ মিহি ৰেখা তথা দাগ ! কেৱল এবাৰ ব্যৱহাৰ কৰক এই প্ৰাকৃতিক ফেচ মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.