ETV Bharat / entertainment

আকৰ্ষণীয় পেকেজেৰে ৰামোজী ফিল্ম চিটিৰ হলীডে’ কাৰ্নিভেল আৰম্ভ - Ramoji Film City

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 10:41 PM IST

Updated : Apr 26, 2024, 10:48 PM IST

Ramoji Film City Holiday Carnival : ৰোমাঞ্চকৰ পেকেজৰ সৈতে আৰম্ভ হ’ল ৰামোজী ফিল্ম চিটিৰ হলীডে’ কাৰ্নিভেল ৷ হায়দৰাবাদৰ আইকনিক ডেষ্টিনেশ্বনটোৱে আপোনাক দিব ওৰেটো দিনৰ বাবে পাৰভঙা আনন্দ ৷

RAMOJI FILM CITY HOLIDAY CARNIVAL
ৰামোজী ফিল্মৰ চিটি হলীডে’ কাৰ্নিভেল আৰম্ভ

হায়দৰাবাদ, 26 এপ্ৰিল: গ্ৰীষ্মৰ আগমনৰ লগে লগে ৰামোজী ফিল্ম চিটি হৈ পৰে আনন্দৰ আলোকস্তম্ভ ৷ হাঁহি, উৎকণ্ঠা আৰু স্মৰণীয় দিন এটাৰে অৱসৰ বিনোদনৰ বাবে সকলোকে স্বাগতম জনাই সৰ্ববৃহৎ ফিল্ম চিটিখনে ৷ বহু প্ৰত্যাশিত গ্ৰীষ্মকালিন বন্ধৰ আগমনৰ লগে লগে, পৰিয়াল আৰু দুঃসাহসিক অভিযানৰ সন্ধানকাৰীসকলে আগ্ৰহেৰে এই প্ৰসিদ্ধ গন্তব্যস্থানত একত্ৰিত হয় আৰু মনোৰঞ্জনৰ পৃথিৱীত নিজকে নিমজ্জিত কৰিবলৈ সাজু হয় ৷

Ramoji Film City Holiday Carnival

ধলপুৱাৰে পৰা সূৰ্য অস্ত যোৱালৈকে ৰামোজী ফিল্ম চিটিয়ে সকলো বয়সৰ দৰ্শনাৰ্থীক আকৰ্ষিত কৰিবলৈ সক্ষম হয় । হ’লীডে’ কাৰ্নিভেল, দৃশ্য-শব্দৰ লাইভ শ্ব’ৰৰ অন্তহীন আমোদ আৰু উৎকণ্ঠাৰ প্ৰতিশ্ৰুতি দিয়ে ৰামোজী ফিল্ম চিটিয়ে ।

ফিল্ম চিটিখনৰ ইউৰেকা মঞ্চত লাইভ প্ৰদৰ্শনৰ জৰিয়তে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে ৷ গ্লো গাৰ্ডেনৰ চমকপ্ৰদ পোহৰ আৰু আকৰ্ষণীয় ভাস্কৰ্যত দৰ্শকসকল হৈ পৰে স্তম্ভিত ৷ দৰ্শনাৰ্থীসকলৰ অভিজ্ঞতা যাতে অসাধাৰণ হয়, সেয়া নিশ্চিত কৰিবলৈ ৰামোজী ফিল্ম চিটিয়ে বিভিন্নধৰণৰ বিশেষ পেকেজো আগবঢ়ায় ।

দিনটো সুন্দৰভাৱে উপভোগ কৰিব বিচৰাসকলৰ বাবে পুৱা 9 বজাৰ পৰা নিশা 9 বজালৈকে পূৰ্ণ-দিনৰ পেকেজৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰা হয় ৷ যাৰ ভিতৰত আছে এখন নন-এচি বাছত ষ্টুডিঅ’ ভ্ৰমণ । বিলাসী যাত্ৰাৰ বাবে প্ৰিমিয়াম পেকেজলৈ উন্নীত কৰিবও পাৰে ৷ য’ত এচি বাছত ষ্টুডিঅ' ভ্ৰমণ, বিশেষ শ্ব'ত এক্সপ্ৰেছ প্ৰৱেশ আৰু এক সুন্দৰ বুফে মধ্যাহ্নভোজন উপলব্ধ ।

যিসকলে দিনটোৰ পিচত উৎসৱত যোগদান কৰিব বিচাৰে, তেওঁলোকৰ বাবে ইভিনিং পেকেজৰো ব্যৱস্থা আছে ফিল্ম চিটিখনত ৷ আবেলি 2 বজাৰ পৰা নিশা 9 বজালৈ প্ৰৱেশাধিকাৰ প্ৰদান কৰা হয় আৰু ষ্টুডিঅ’ ভ্ৰমণৰ লগতে সীমিত কম্বো ডিনাৰৰ সুবিধা প্ৰদান কৰা হয় ৷ অতিৰিক্ত লাভালাভৰ বাবে প্ৰিমিয়াম ইভিনিং পেকেজলৈ উন্নীত কৰিব পাৰে দৰ্শনাৰ্থীসকলে ৷ যাৰ ভিতৰত আছে বুফে ডিনাৰ আৰু বিশেষ শ্ব'ত এক্সপ্ৰেছ প্ৰৱেশ ।

Ramoji Film City Holiday Carnival
ৰোমাঞ্চকৰ পেকেজৰ ৰামোজী ফিল্মৰ চিটি হলীডে’ কাৰ্নিভেল আৰম্ভ

শিশুসকলৰ বাবে বিশেষ গ্ৰীষ্মকালীন পেকেজো ৰামোজী ফিল্ম চিটিত উপলব্ধ ৷ পৰিয়ালৰ কনিষ্ঠতম সদস্যসকলে যাৰ জৰিয়তে সম্পূৰ্ণ আনন্দ উপভোগ কৰিব পাৰে । আপোনাৰ টিকট বুক কৰিবলৈ আৰু হলীডে’ কাৰ্নিভেলত আপোনাৰ স্থান সুৰক্ষিত কৰিবলৈ www.ramojifilmcity.com দৰ্শন কৰক বা 76598 76598-ত ফোন কৰক । এই গ্ৰীষ্মকালত ৰামোজী ফিল্ম চিটিত পাহৰিব নোৱৰা এক অভিজ্ঞতা লাভৰ পৰা নিজকে বঞ্চিত নকৰিব ৷

লগতে পঢ়ক: ৰামোজী একাডেমী অফ মুভিজে বিশিষ্ট ভাৰতীয় ভাষাত বিনামূলীয়া চলচ্চিত্ৰ নিৰ্মাণ পাঠ্যক্ৰম ঘোষণা কৰে

লগতে পঢ়ক: এছিয়াৰ সৰ্ববৃহৎ ট্ৰেভেল বাণিজ্য প্ৰদৰ্শনীত অংশগ্ৰহণ ৰামোজী ফিল্ম চিটিৰ

Last Updated : Apr 26, 2024, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.