ETV Bharat / entertainment

অস্কাৰৰ বঁটাৰ লগতে এগৰাকী বিজয়ীয়ে লগতে আৰু কি কি পায় ?

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 12:28 PM IST

Oscars 2024: ৯৬ সংখ্যক অস্কাৰ বঁটাৰ বাবে মনোনয়ন ঘোষণা । চলিত বৰ্ষৰ ১০ মাৰ্চত অনুষ্ঠিত হ’ব অস্কাৰ বঁটা । ইফালে ট্ৰফীৰ লগত বিজয়ীয়ে কি কি লাভ কৰে জানি লওক ৷

Oscars 2024, What else does a winner get along with the Oscars?
অস্কাৰ ২০২৪

চিটাৰা ডেস্ক, ২৬ জানুৱাৰী: অস্কাৰ বঁটা হৈছে চলচ্চিত্ৰ জগতৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় বঁটা । এই বঁটাৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰে । এইবাৰ ৯৬ সংখ্যক একাডেমী বঁটা ঘোষণা কৰা হ’ব ৷ ইফালে ২৩ জানুৱাৰীত প্ৰকাশ পাইছে অস্কাৰৰ বাবে মনোনয়ন তালিকা । এতিয়া অনুৰাগীয়ে অপেক্ষা কৰি আছে ১০ মাৰ্চলৈ ৷ কাৰণ ১০ মাৰ্চত অনুষ্ঠিত হ’ব ৯৬ সংখ্যক একাডেমী বঁটা বা অস্কাৰ ২০২৪ বঁটা প্ৰদান অনুষ্ঠান ৷

এনে পৰিস্থিতিত অনুৰাগীয়ে আশা কৰিছে যে তেওঁলোকৰ প্ৰিয় ছবি আৰু অভিনেতা-অভিনেত্ৰী জয়ী হ’ব । অস্কাৰ ট্ৰফী নিজৰ মাজতেই এটা ডাঙৰ কথা । কিন্তু আপুনি জানেনে অস্কাৰ বঁটা বিজয়ীয়ে বঁটাৰ লগত আৰু কি কি পায় ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

অস্কাৰৰ বাবে মনোনীত হোৱাটোৱেই এটা ডাঙৰ কথা । ইয়াৰ পিচত যদি বঁটা লাভ কৰে তেন্তে ই বৃহৎ সফলতালৈ পৰিণত হয় ৷ এইবাৰ ভাৰতৰ টু কিল এ টাইগাৰক শ্ৰেষ্ঠ তথ্যচিত্ৰ বৈশিষ্ট্য শাখাত মনোনীত কৰা হৈছে ।

অস্কাৰ বঁটা বিজয়ীসকলে কি কি লাভ কৰে ?

বিজয়ীয়ে অস্কাৰৰ সোণালী ট্ৰফীৰ লগতে গুডী বেগ লাভ কৰে । গুডী বেগত থাকে বিলাসী বস্তু । অৱশ্যে এইবোৰ বিক্ৰী কৰিব নোৱাৰি ।

অস্কাৰ লাভ কৰাৰ পিচত বিজয়ীয়ে পুৰস্কাৰৰ ধন নাপায়, কিন্তু আন কামত লাভ কৰে বহুত সুবিধা । তেওঁলোকৰ ব্ৰেণ্ডৰ মূল্য বহুত বৃদ্ধি পায় । লগতে তেওঁ নিজৰ আগন্তুক প্ৰজেক্টৰ বাবে অধিক পাৰিশ্ৰমিক দাবী কৰিব পাৰিব । এছ ডট কমৰ প্ৰতিবেদন অনুসৰি ছবিখনৰ অস্কাৰ মনোনয়নৰ লগে লগে জনসাধাৰণৰ মাজত নিৰ্মাতা আৰু অভিনেতাৰ মূল্য বৃদ্ধি পায় ।

উল্লেখ্য যে, ৯৫ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত পতাকা উত্তোলন কৰা হৈছিল । আৰ আৰ আৰ চিনেমাৰ নাটু-নাটু গীতটোৱে শ্ৰেষ্ঠ মৌলিক গীতৰ খিতাপ লাভ কৰাৰ বিপৰীতে শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবি শাখাত গুণিত মংগাৰ দ্য এলিফেণ্ট হুইছপাৰছে বঁটা লাভ কৰে ।

লগতে পঢ়ক: অস্কাৰ বঁটাৰ বাবে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ দৌৰত আগবাঢ়িছে ভাৰতীয় ছবি টু কিল এ টাইগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.