ETV Bharat / entertainment

১৬ বছৰত বিয়া হৈ কেৰিয়াৰক দিলে বিদায়, স্বামীৰ প্ৰতাৰণা স্বত্বেও বলীউডৰ এগৰাকী সফল অভিনেত্ৰী তেওঁ - Bollywood Actress Mysterious Life

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 3:27 PM IST

Bollywood News : বলীউডৰ এনে বহু অভিনেতা-অভিনেত্ৰী আছে, যাৰ সৈতে কিবা নহয় কিবা ভাল-বেয়া ইতিহাস আছে ৷ আজি আমি তেনেই এগৰাকী অভিনেত্ৰীৰ বিষয়ে জনাবলৈ লৈছো, যিয়ে ১৭ বছৰ বয়সত গৰ্ভৱতী হৈ নিজৰ কেৰিয়াৰক বিদায় দিয়াই নহয় বৰঞ্চ মমবাতি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল ৷ বৰ্তমান তেওঁ বলীউডৰ এগৰাকী সফল অভিনেত্ৰী ৷ কোন এইগৰাকী অভিনেত্ৰী, জানো আহক-

A famous actress who lost stardom after getting pregnant at 17, her husband cheated on her, now
১৭ বছৰত গৰ্ভৱতী হৈ কেৰিয়াৰক দিলে বিদায়, স্বামীৰ প্ৰতাৰণা, মমবাতি বিক্ৰী কৰি জীৱন নিৰ্বাহ, তৎস্বত্বেও বলীউডৰ এগৰাকী সফল অভিনেত্ৰী তেওঁ (SOURCE: ETV BHARAT ASSAM)

চিটাৰা ডেস্ক, 9 মে’: বলীউডৰ এগৰাকী এনে অভিনেত্ৰী, যিয়ে জীৱনৰ প্ৰথমখন চিনেমাতেই ব্লকব্লাষ্টাৰ উপহাৰ দিয়ে দৰ্শকক । পিচে এগৰাকী ছুপাৰষ্টাৰৰ সৈতে প্ৰেম হৈ একেবাৰে কম বয়সতে বিয়া হৈ শেষ কৰি পেলাই নিজেই নিজৰ কেৰিয়াৰ । পিচত দুটি সন্তান জন্ম হৈ স্বামীৰ পৰা বিচ্ছেদ লৈ পুনৰ উভতে বলীউডলৈ ।

উভতিয়ে পুনৰ হিট ছবি উপহাৰ দিয়ে দৰ্শকক । বলীউডেও আঁকোৱালী লয় দুটি সন্তানৰ মাতৃগৰাকীক । দৰ্শককো দিয়ে এখনৰ পাচত আন এখন সফল ছবি । মাত্ৰ ১৬ বছৰ বয়সতে বিবাহ বান্ধোনত সোমাই পৰি ১৭ বছৰ বয়সতে জন্ম দিয়ে প্ৰথমটো সন্তান । তাৰ পাচতে জন্ম দিয়ে আন এটি সন্তানো । বিয়াৰ ৯ বছৰ একেলগে থকাৰ পিচত বিবাহ বিচ্ছেদ হোৱা স্বত্বেও দীঘলীয়া সময়ৰ অন্তত তেওঁ পুনৰ বলীউডলৈ ঢাপলি মেলে ।

কিন্তু পাছলৈ আৰু কোনোদিনে উভতি চাবলগা নহয় । বলীউডত দি যায় এখনৰ পাছত এখন সফল ছবি । সেই অভিনেত্ৰীগৰাকীয়েই হৈছে ডিম্পল কাপাডিয়া ।

A famous actress who lost stardom after getting pregnant at 17, her husband cheated on her, now
১৭ বছৰত গৰ্ভৱতী হৈ কেৰিয়াৰক দিলে বিদায়, স্বামীৰ প্ৰতাৰণা, মমবাতি বিক্ৰী কৰি জীৱন নিৰ্বাহ, তৎস্বত্বেও বলীউডৰ এগৰাকী সফল অভিনেত্ৰী তেওঁ (SOURCE: GETTY IMAGES)

১৪ বছৰ বয়সত প্ৰথমখন ছুপাৰ হিট ছবি দি ১৬ বছৰ বয়সত নিজতকৈ ১৬ বছৰে ডাঙৰ বলীউডৰ ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ সৈতে বিয়া, ১৭ বছৰত প্ৰথম সন্তান টুইংকল খান্নাৰ আৰু ১৯ বছৰত ৰিংকি খান্নাৰ জন্ম, ২৫ বছৰত বিবাহ বিচ্ছেদ ।

অতি কম বয়সতে মাতৃত্ব লাভ কৰি বিবাহ বিচ্ছেদো হৈ যায় ডিম্পল কাপাডিয়াৰ । অৱশ্যে সেই বিচ্ছেদ কোনো আইনৰ অধীনত নহয়, কেৱল বেলেগে থাকিবলৈ লয় ডিম্পল কাপাডিয়া আৰু ৰাজেশ খান্না ।

স্বামীৰ পৰা আঁতৰি আহিয়ে পুনৰ বলীউডত ঋষি কাপুৰ আৰু কমল হাছানৰ সৈতে ‘সাগৰ’ ছবি কৰি সফলতা লাভ কৰে । তাৰ পাছত ৰ’দালী, দৃষ্টি, ইনছাফ, জখমী ঔৰত, আল্লা ৰাখা, ইনছাফ আদি বহুতো ছবিত অভিনয় কৰে । বৰ্তমানও বহু কেইখন হিট ছবিত কাম কৰিছে ডিম্পল কাপাডিয়াই । শেহতীয়াকৈ মুক্তি লাভ কৰা তেৰি বাতো ম্যে এছা উলঝা জিঞা ছবিখনতো এগৰাকী বিজ্ঞানীৰ চৰিত্ৰত তেওঁক অভিনয় কৰা দেখা গৈছিল যিয়ে বক্স অফিচত খুবেই সফলতা লাভ কৰাৰ লগতে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ সেয়া যি কি নহওক বৰ্তমান তেওঁ বলীউডত নিজকে এগৰাকী সফল অভিনেত্ৰী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: ছলমানৰ বাসগৃহত গুলীচালনাৰ ঘটনাৰ অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি - SALMAN KHAN FIRING CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.