ETV Bharat / bharat

Daily Horoscope For 2nd March : কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 6:01 AM IST

Updated : Mar 2, 2024, 12:40 PM IST

Daily Horoscope For 2nd March
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

Daily Horoscope For 2nd March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: নতুন পোচাক আৰু গহণা ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷ বন্ধুৰ সৈতে বজাৰলৈ যোৱাৰ সম্ভাৱনা ৷ বিয়লি অত্যধিক ব্যয় হোৱাৰ সম্ভাৱনা ৷ সামাজিক মান্যতা আৰু খ্যাতি বৃদ্ধি পাব ৷ স্বাস্থ্যৰ যতন লওক ৷

বৃষ ৰাশি: ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক দিন ৷ সহকৰ্মীৰ পৰা সহায় লাভ ৷ বন্ধুৰ লগত চিনেমা চাই বা পিকনিক যাব পাৰে ৷

মিথুন ৰাশি: দিনটো মধ্যমীয়া ৷ সন্তানৰ বাবে চিন্তিত হ’ব পাৰে ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ সামাজিক মান্যতা আৰু আৰ্থিক লাভৰ সম্ভাৱনা ৷

কৰ্কট ৰাশি: যাত্ৰাৰ পৰিকল্পনা সলনি কৰক ৷ কাৰ্যালয়ৰ কামৰ বাবে উপযুক্ত সময় নহয় ৷ মাতৃৰ স্বাস্থ্যৰ যতন লওক ৷ নতুন কামৰ আৰম্ভণি নকৰিব ৷

সিংহ ৰাশি: দিনটো শুভ ৷ অৱশ্যে স্বাস্থ্যৰ যতন লওক ৷ বিদেশ ভ্ৰমণৰ যোগ ৷

কন্যা ৰাশি: দিনটো মধ্যমীয়া ৷ প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব ৷ স্বাস্থ্য মধ্যমীয়া ৷ কষ্টোপাৰ্জিত ধনৰ বিনিয়োগৰ বাবে ভাল দিন ৷

তুলা ৰাশি: দিনটো মধ্যমীয়া ৷ ব্যয়ৰ যোগ ৷ নতুন পোচাক আৰু গহনা ক্ৰয় কৰিব পাৰে ৷

বৃশ্চিক ৰাশি: দিনটো শুভ ৷ নিৰাশাবাদী মনোভাৱক দূৰত ৰাখক ৷ আইনী কাম-কাজসমূহ নিজৰ গতিত আগবাঢ়িবলৈ দিয়ক ৷ স্বাস্থ্যৰ যতন লওক ৷

ধনু ৰাশি: দিনটো শুভ ৷ আয় বা লাভ বৃদ্ধিৰ যোগ ৷ গাড়ী চলাওতে সতৰ্ক হওক ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷

মকৰ ৰাশি: দিনটো শুভ ৷ নতুন কামৰ আৰম্ভ কৰিব পাৰে ৷ পদোন্নতিৰ যোগ ৷ পৰিয়াল আৰু বন্ধুৰ লগত কটাওক ৷

কুম্ভ ৰাশি: দিনটো মধ্যমীয়া ৷ কৰ্মস্থলীৰ পৰিৱেশ শান্ত ৷ ভ্ৰমণৰ যোগ ৷ ধৰ্মীয় স্থানৰ দৰ্শন কৰাৰ সম্ভাৱনা ৷

মীন ৰাশি: নিজৰ সৈতে সময় কটাওক ৷ কৰ্মস্থলীত সতৰ্ক হওক ৷ সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীসকলৰ লগত দীঘলীয়া আলোচনাৰ পৰা আঁতৰত থাকক ৷ স্বাস্থ্যৰ যত্ন লওক ৷

Last Updated :Mar 2, 2024, 12:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.