অসম

assam

নগাঁৱৰ ৰণথলীত উদ্ধাৰ দুটাকৈ সন্দেহজনক বোমা

By

Published : Feb 4, 2022, 12:54 PM IST

()
নগাঁৱৰ ৰণথলীত শুকুৰবাৰে উদ্ধাৰ কৰা হয় দুটাকৈ শক্তিশালী IED (IED recovered in Nagaon Assam) ৷ পথাৰত জে চি বিৰে মাটি খান্দি থাকোতেই উদ্ধাৰ হয় সন্দেহজনক বোমা দুটা । সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লোক ৷ ঘটনাৰ সৈতে কোন জড়িত এতিয়ালৈকে নিশ্চিত হোৱা নাই ৷ অৱশ্যে, আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ ইফালে, এই IED দুটা প্ৰায় তিনি দশক পূৰ্বেই আলফাই সংস্থাপন কৰা বোমা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ।

ABOUT THE AUTHOR

...view details