অসম

assam

Miya Museum Controversy : মিঞা মিউজিয়ামৰ বিৰোধিতা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

By

Published : Oct 26, 2022, 9:32 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

মিঞা মিউজিয়ামৰ বিৰোধিতা কৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar)৷ মিঞা নামৰ কোনো নিৰ্দিষ্ট জাতি বা জনজাতি নাই বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ বিধায়ক তালুকদাৰে মিঞা মিউজিয়ামৰ(Miya Museum in Assam) ঘোৰ বিৰোধিতা কৰি ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা সংৰক্ষণ কৰাৰ পোষকতা কৰে ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত(Sankaradeva Kalakshetra) কিছু পৰিমাণে সংৰক্ষণ সংপৃক্ত কৰা হৈছে যদিও শংকৰদেৱ কলাক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা সাংস্কৃতিক উপাদানসমূহ সংৰক্ষণ কৰা হয় তেন্তে নিশ্চয় আদৰণীয় হ’ব বুলিও কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details