অসম

assam

Mini African village in India: জীৱনত প্ৰথমবাৰ ভোট দিছে মিনি আফ্ৰিকাখ্যাত জাম্বুৰৰ বাসিন্দাই

By

Published : Dec 1, 2022, 2:06 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

মিনি আফ্ৰিকা বুলি প্ৰচাৰিত জাম্বুৰ গাঁৱৰ (Mini African village in India) লোকসকলে 2022 চনৰ প্ৰথম পৰ্যায়ৰ গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিছে (India mini African village will vote for the first time) । আফ্ৰিকান বংশৰ জাম্বুৰৰ বাসিন্দাসকলে নিৰ্বাচনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হোৱাৰ সুযোগ পোৱাত উল্লাসিত হৈছে (India mini African village jambur news today )। তেওঁলোকৰ বাবে ই অতি আনন্দৰ বিষয় আৰু তেওঁলোকে ভাৰতৰ নিৰ্বাচন আয়োগক অশেষ ধন্যবাদ জনাইছে ৷ এই লোকসকলে দশক দশক ধৰি ইয়াত বসবাস কৰি আছে যদিও এইবাৰ প্ৰথমবাৰৰ বাবে ভোট দিবলৈ অনুমতি দিয়া হৈছে (India mini African village jambur latest news) । তেওঁলোকৰ পূৰ্বপুৰুষসকল বহু আগতেই আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিল ৷ তেতিয়া জুনাগড়ত দুৰ্গ নিৰ্মাণ কৰা হৈছিল (jambur village voters celebrating for first time)। প্ৰথমে ৰতনপুৰ গাঁৱত আৰু তাৰ পিছত জম্বুৰ গাঁৱত বসতি স্থাপন কৰিলে এই লোকসকলৰ উপৰিপুৰুষে । পিছত চৰকাৰে তেওঁলোকক সিদ্ধি জনজাতি সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰিছে ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details