অসম

assam

শোকাকুল পৰিৱেশৰ মাজত আশ্বিকুলৰ মৃতদেহ

By

Published : May 30, 2022, 9:54 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

শোকাকুল পৰিৱেশৰ মাজত বাসগৃহত আশ্বিকুলৰ মৃতদেহ (Ashikul Islam died) । সোমবাৰে পুৱতি নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ বাহনৰ খুন্দাত নিহত হয় বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত হিচাপে চিহ্নিত জুৰীয়াৰ সোনাইবেৰাৰ আশ্বিকুল ইছলাম (Batadrava violence prime accused)। সোমবাৰে নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিয়লি বাসগৃহলৈ লৈ যোৱা হয় আশ্বিকুলৰ মৃতদেহ । আশ্বিকুলৰ মৃতদেহ বাসগৃহত উপস্থিত হোৱাৰ লগেলগে শোকত ভাগি পৰে পৰিয়াল তথা আত্মীয়স্বজন ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details