অসম

assam

Bike collided head on with truck: শিৱসাগৰত পথ দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী

By

Published : Nov 27, 2022, 10:13 AM IST

শিৱসাগৰৰ গেমন দলঙৰ কাষত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী বাইক আৰোহী ৷ মালবাহী ট্ৰাকৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা ৷

Road Accident in Sivasagar
শিৱসাগৰত পথ দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকৈ লোক

  • শিৱসাগৰৰ গেমন দলঙৰ কাষত শোকাৱহ পথ দুৰ্ঘটনা (Road Accident)
  • দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী বাইক আৰোহী
  • মালবাহী ট্ৰাকৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা
    শিৱসাগৰত পথ দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী
  • নিহত হয় এজন বাইক আৰোহী যুৱক আৰু এগৰাকী যুৱতী
  • যুৱকজন কোঁৱৰপুৰ চাউলকৰা শেনচোৱা গাঁৱৰ মইনা আৰু যুৱতীগৰাকী পূজা বুলি জানিব পৰা গৈছে

ABOUT THE AUTHOR

...view details