অসম

assam

মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা

By

Published : Mar 19, 2021, 9:28 PM IST

মৰিগাঁৱত বিজেপি প্ৰাৰ্থী ৰামাকান্ত দেউৰীৰ হৈ মৰিগাঁও চহৰৰ ৰাজপথত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দুই ঘন্টীয়া পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ।

মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা
মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা

মৰিগাঁও,19 মাৰ্চঃৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৮০ নং মৰিগাঁও বিধান সভাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰী হৈ পদযাত্ৰাৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী চমক সৃষ্টি ।

শুকুৰবাৰে কামৰূপ জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰি প্ৰায় চাৰে চাৰিমান বজাত হেলিকপ্টাৰেৰে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মৰিগাঁও পচতীয়া, মৰিমুছলমান গাঁও, মৰিগাঁও শিৱ মন্দিৰহৈ চহৰখনৰ মাজ মজিয়াত বিভিন্ন জনৰ আদৰণি গ্ৰহণ কৰি ললে আশীৰ্বাদ ৷ লগতে বহুতৰে লগত উঠিলে চেলফি। বিজেপিৰ এই গৰাকী ষ্টাৰ কেম্পেইনাৰক গৰাকীক সংগ দিয়ে জাগীৰোডৰ বিধায়ক তথা ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই।

লগতে পঢ়কঃ চাবুৱাত নিৰ্বাচনী ৰণডংকা বজাব প্রধানমন্ত্রী মোডীয়ে

ABOUT THE AUTHOR

...view details