অসম

assam

Dense fog in Brahmaputra: ঘন কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ ৰ’পেক্স ফেৰী

By

Published : Oct 28, 2022, 10:45 AM IST

Updated : Oct 28, 2022, 10:53 AM IST

ঘন কুঁৱলীৰ বাবে ৰ’পেক্স ফেৰী চলাচলত ব্যাঘাত জন্মিছে ৷ শুকুৰবাৰে ঘন কুঁৱলীৰ বাবে পুৱা 8 বজাৰ বিপৰীতে অফলা মুখৰ পৰা ৰ’পেক্স ফেৰী এৰে 9 বজাত (Ropax ferry stranded in Brahmaputra due to dense fog) ৷ কিন্তু অফলামুখৰ পৰা অলপ দূৰ গৈয়ে পুনৰ ব্ৰহ্মপুত্ৰত আবদ্ধ হৈ পৰে ফেৰীখন ৷ অৱশ্যে বাতৰি যুগুত কৰা কিছু সময় পূৰ্বে পুনৰ যাত্ৰা আৰম্ভ কৰিছে ফেৰীখনে ৷

ferry to majuli stuck in Middle of Brahmaputra due to fog
ঘন কুঁৱলীৰ বাবে ৰ’পেক্স ফেৰী চলাচলত ব্যাঘাত

  • ঘন কুঁৱলীৰ বাবে মাজুলীত পুনৰ অথন্তৰ
  • পুৱা 8 বজাৰ বিপৰীতে অফলা মুখৰ পৰা ৰ’পেক্স ফেৰী এৰিলে 9 বজাত (Ropax ferry stranded in Brahmaputra due to dense fog)
  • অফলামুখৰ পৰা অলপ দূৰ গৈয়ে পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰে ফেৰীখন (Dense fog in Brahmaputra)
  • অৱশ্যে বাতৰি যুগুত কৰাৰ কিছু সময় পূৰ্বে পুনৰ যাত্ৰা আৰম্ভ কৰে ফেৰীখনে
  • চাৰিচকীয়া বাহন 8 খন, দুচকীয়া বাহন 40 খনৰ লগতে শতাধিক যাত্ৰী আছিল ফেৰীখনত
Last Updated : Oct 28, 2022, 10:53 AM IST

ABOUT THE AUTHOR

...view details