অসম

assam

বৰহোলাত এখন চলন্ত গাড়ীয়ে মহতিয়াই নিলে ব্যৱসায়ীক

By

Published : Dec 1, 2020, 10:48 PM IST

দুৰ্টনাটোৰ ফলত আঠ গৰাকী লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

বৰহোলাত এখন চলন্ত গাড়ীয়ে মহতিয়াই নিলে ব্যৱসায়ীক
বৰহোলাত এখন চলন্ত গাড়ীয়ে মহতিয়াই নিলে ব্যৱসায়ীক

যোৰহাট,1ডিচেম্বৰঃযোৰহাট জিলাৰবৰহোলাত মঙলবাৰে নিশা পথৰ কাষত সামগ্ৰী বিক্ৰী কৰা একাংশ ব্যৱসায়ীক মহতিয়াই নিয়ে এখন তীব্ৰবেগী গাড়ীয়ে ৷ দুৰ্টনাটোৰ ফলত আঠ গৰাকী লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, এগৰাকী শিক্ষকে চলাই যোৱা AS-03-Y-9030 নম্বৰৰ এখন হোণ্ডা স্পৰ্টছ গাড়ীয়ে দুৰ্ঘটনাটো সংঘটি কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাড়ীখন জব্দ কৰাৰ লগতে আহত লোক সকলক বৰহোলা সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতে JMCH লৈ প্ৰেৰণ কৰিছে ৷

ABOUT THE AUTHOR

...view details