অসম

assam

গোৱালপাৰাত ৰেলৰ খুন্দাত নিহত এজন ৷

By

Published : Mar 21, 2020, 2:54 PM IST

মৈজোঙা চাহ বাগিছাত অঘটন ৷ গোৱালপাৰাৰ ফ'ৰেষ্ট গে'ট-কৃষ্ণাই পথেৰে যোগীঘোপা-কামাখ্যা ৰেলপথ অতিক্ৰম কৰোতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ।

গোৱালপাৰাত ৰেলৰ খুন্দাত নিহত এজন
গোৱালপাৰাত ৰেলৰ খুন্দাত নিহত এজন


গোৱালপাৰা 21 মাচঃ মৈজোঙা চাহ বাগিছাত অঘটন। তীব্ৰবেগী ৰেলে মহিতিয়াই নিয়াৰ ফলত মৃত্যু এজনৰ । নিহত যুৱকজন মৰনৈ থানাৰ অন্তৰ্গত ফুটুৰীপাৰা গাঁৱৰ কনক সূত্ৰধৰৰ পুত্ৰ গৌবিন্দ সূত্ৰধৰ বুলি চিনাক্ত । কামলৈ ওলায় যাওঁতে এইদুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। গোৱালপাৰাৰ ফ'ৰেষ্ট গে'ট-কৃষ্ণাই পথেৰে যোগীঘোপা-কামাখ্যা ৰেলপথ অতিক্ৰম কৰোতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত সন্দেহ ৰাইজৰ ।

ABOUT THE AUTHOR

...view details