অসম

assam

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন বাক্সা সাংবাদিক সন্থাৰ

By

Published : May 9, 2021, 10:28 PM IST

বিগত ১৯৯১ চনৰ পৰা ২৫ গৰাকীতকৈ অধিক সাংবাদিক শ্বহীদ হ’ব লগীয়া হৈছে । সাংবাদিক সন্থাই এই সকল শ্বহীদ সাংবাদিকৰ পৰিয়ালৰ সদস্যক পৰ্যায়ক্ৰমে কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও নতুন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি আহ্বান জনায় বাক্সাৰ সাংবাদিক সন্থাই ।

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন বাক্সা সাংবাদিক সন্থাৰ
নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন বাক্সা সাংবাদিক সন্থাৰ

বাক্সা, ৯ মে': বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে দেওবাৰে নিৰ্বাচিত হোৱা ড° হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰে বিটিএডি সাংবাদিক সন্থাই । উল্লেখযোগ্য যে, বিগত সময়ছোৱাত সাংবাদিক সকলে বহু নিৰাপত্তাহীনতাত ভূগি আহিছে । আজি পৰ্যন্ত কোনো এখন চৰকাৰে সাংবাদিক সকলৰ সমস্যা সমাধান কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে ।

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন বাক্সা সাংবাদিক সন্থাৰ

বিগত ১৯৯১ চনৰ পৰা ২৫ গৰাকীতকৈ অধিক সাংবদিক শ্বহীদ হ’ব লগীয়া হৈছে । সাংবাদিক সন্থাই এই সকল শ্বহীদ সাংবাদিকৰ পৰিয়ালৰ সদস্যক পৰ্যায়ক্ৰমে কৰ্মসংস্থানৰ ব্যৱস্থা কৰিবলৈও নতুন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি আহ্বান জনায় । লগতে সন্থাই নৱনিযুক্ত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ সাংবাদিক সকলৰ সকলো সমস্যা সমাধান কৰিব বুলিও আশা প্ৰকাশ কৰে।


লগতে পঢ়ক : ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিব ড৹ হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details