মুকলি আকাশৰ তললৈ আহি জিগনেশ মেৱানীয়ে দেখুৱালে পুষ্পাৰ ভংগিমা

By

Published : Apr 29, 2022, 9:11 PM IST

thumbnail

মুকলি আকাশৰ তললৈ আহিল জিগনেশ মেৱানী (Jignesh Mevani got bail) ৷ মুক্তিৰ পিছত সাংবাদিকৰ কেমেৰাৰ সমুখত পুনৰবাৰ পুষ্পাৰ ভংগিমা দেখুৱালে জিগনেশে (Jignesh comes in Pushpa's style) ৷ বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক হাজাৰ টকাৰ পি আৰ ব'ণ্ডত মঞ্জুৰ কৰিলে জিগনেশৰ জামিন আবেদন ৷ ২৫ এপ্ৰিলত কোকৰাঝাৰৰ পৰা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জিগনেশ মেৱানীক ২৬ এপ্ৰিলত আদালতত হাজিৰ কৰাৰ পিচত আদালতে মেৱানীক ৫ দিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰিছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.