মাজুলীৰ চাপৰিত গঁড়ৰ মুক্ত বিচৰণ

By

Published : Jun 26, 2022, 8:13 PM IST

thumbnail

মাজুলীৰ জোঁৱাই চাপৰি, অযোধ্যা চাপৰিত গঁড়ৰ মুক্ত বিচৰণ(Rhino at Majuli) । এই গঁড়ৰ সুৰক্ষা দায়িত্বত থকা বন কৰ্মীয়ে ভুগিছে এতিয়া তীব্ৰ খাদ্য সংকটত(Forest Guard in food crisis) । অতি দুৰ্গম চাপৰিত একেৰাহে তিনিজন বনকর্মী প্ৰায় এমাহ ধৰি গঁড়ৰ সুৰক্ষাৰ দায়িত্বত আছে । মাজুলীৰ পৰা বিচ্ছিন্ন দুৰ্গম চাপৰি মাজত এটি উৱঁলি যোৱা গৰু গোহালিত আশ্ৰয় লৈছে বনকর্মী কেইজনে । কাজিৰঙা পৰা বনকর্মী আহিছিল যদিও কাজিৰঙাত সৃষ্টি হোৱা বান পৰিস্থিতিৰ বাবে বনকর্মী কেইজন ঘূৰি যায় ৰাষ্ট্ৰীয় উদ্যানখনলৈ । অন্যহাতে মাজুলীত প্ৰায় ৭০ জনীয়া বনৰীয়া হাতী বিচৰণ কৰাত একাংশ বনকর্মী ব্যস্ত হাতী পহৰা দিয়াত । বনকর্মী অভাৱ হোৱা বাবে সমস্যাত পৰিছে বনকর্মী সকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.