চিৰাঙৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰীৰ জুমুঠি

By

Published : Sep 16, 2022, 5:39 PM IST

thumbnail

কোঁচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰাৰ বাবে পুনৰ জাঙুৰ খাই উঠিছে আক্ৰাছু(Protest in Chirang)। শুকুৰবাৰে চিৰাঙৰ কাশিকত্ৰা আৰু বাসুগাঁৱত পৃথকে পৃথকে চিৰাং জিলা আক্ৰাছুয়ে জুমুঠি দাহ কাৰ্য্যসূচী ৰূপায়ণ কৰে । ৰাজপথত প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ৰনোজ পেগুৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৱে(AKRSU effigy burn due to non St) । শীঘ্ৰেই কোঁচ ৰাজবংশী সকলক জনজাতিৰ স্বীকৃতি প্ৰদান নকৰিলে অনাগত দিনত ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়নি আক্ৰাছুৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.