Common man performs traffic duty: ৰাজপথত সাধাৰণ লোকে ল’লে যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্ব

By

Published : Oct 12, 2022, 9:07 PM IST

thumbnail

যান-বাহন আৰক্ষীৰ ৰূপত এজন সাধাৰণ লোক ৷ ট্ৰেফিক পইন্টত যান-বাহনসমূহ নিয়ন্ত্ৰণ কৰাত ব্যস্ত হৈ পৰিছে লোকজন (Common man as traffic police in Narengi) ৷ এজন যান-বাহন আৰক্ষীয়ে যিদৰে হাতৰ ভংগিমাৰে যান-বাহনসমূহক যাবলৈ বা ৰ’বলৈ নিৰ্দেশ দিয়ে, অনুৰূপ ধৰণে এই লোকজনেও নিয়ন্ত্ৰণ কৰিছে যান-বাহন ৷ এই দৃশ্য দেখা গ’ল নাৰেংগীৰ কাৰ্বন গেট ট্ৰেফিক পইন্টত ৷ দৰাচলতে ট্ৰেফিক পইন্টটোত পুৱাৰ ভাগত নাছিল কোনো ট্ৰেফিক পুলিচ (No Traffic police in Narengi) ৷ যাৰ ফলত সৃষ্টি হৈছিল তীব্ৰ যান-জঁটৰ সমস্যা (Heavy traffic in Narengi)৷ তাকে দেখি আগবাঢ়ি আহিল গোপাল বাহাদুৰ নামৰ এই লোকজন ৷ যান-বাহন আৰক্ষীৰ দৰেই সুন্দৰভাৱে লোকজনে নিয়ন্ত্ৰণ কৰা দেখা গ’ল যান-জঁট ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.