Road accident at Mangaldoi: মঙলদৈত যাত্ৰীবাহী বাছে মহটিয়ালে দুজনক

By

Published : Oct 30, 2022, 8:27 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

দেওবাৰে মঙলদৈ আউলা চৌকাত যাত্ৰীবাহী বাছে মহটিয়ালে দুজনক (Road accident at Mangaldoi) ৷ “বিশাল” নামৰ গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দুজন বাইক আৰোহীক মহটিয়াই নিয়ে (Two injured in Road accident) ৷ বাইক আৰোহী দুজনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ (Mangaldai Civil Hospital) প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত মঙলদৈ সদৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.