জোনাইৰ অসম অৰুণাচল সীমান্তত পথ দুৰ্ঘটনাত আহত ছয়

By

Published : Oct 9, 2022, 10:24 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

জোনাইৰ অসম অৰুণাচল সীমান্তৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় (Road Accident at Jonai) এক পথ দুৰ্ঘটনা । উক্ত দুৰ্ঘটনাত শিশুসহ ছয়জন লোক গুৰুতৰভাৱে আহত (Six person injured at Jonai road accident) হয় । জানিব পৰা মতে AR01 K6846 নম্বৰৰ যাত্ৰীবাহী বাহনখন ইটানগৰৰ পৰা পাছিঘাট (Car accident on Pasighat from Itanagar road) অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এজন চাইকেল আৰোহীক বচাবলৈ যাওঁতে নিয়ন্ত্ৰণ হেৰুওৱাত সংঘটিত হয় পথ দুৰ্ঘটনাটোত । পিছত আহত লোকসকলক ততাতৈয়াকৈ ৰুকচিনস্থিত দিৱজনী নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.