Medal for Excellence in Investigation, মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসলৈ গৃহমন্ত্ৰীৰ উৎকৃষ্ট অনুসন্ধান পাৰদৰ্শিতা বঁটা

By

Published : Aug 12, 2022, 10:30 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

"আজি মই অত্যন্ত সুখী ৷ নগাঁৱৰ মোৰ সকলো সহকৰ্মী আৰু আমাৰ সঞ্চালক প্ৰধান গৰাকীক বিভিন্ন সময়ত মোক কৰি অহা সহায় সহযোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ মই ভৱিষ্যতে যিকোনো অনুসন্ধানত আৰু অধিক মনোনিৱেশ কৰিব পৰাকৈ এই বঁটাটোৱে মোক সকিয়াই থাকিব ৷" কলিয়াবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসলৈ গৃহমন্ত্ৰীৰ উৎকৃষ্ট অনুসন্ধান পাৰদৰ্শিতা বঁটা ঘোষণা কৰা হয় (Medal for Excellence in Investigation)৷ দেশৰ ১৫১ গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসেও সন্মান লাভ কৰিছে ৷ চলিত বৰ্ষত এই বিশেষ বঁটাটো দেশৰ চাৰিগৰাকী আৰক্ষী বিষয়াক প্ৰদান কৰা হৈছে ৷ তাৰ ভিতৰত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি এই বঁটা লাভ কৰে দাসে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.