Assam-Meghalaya border : আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি, অ’চিক নিলম্বন

author img

By

Published : Nov 23, 2022, 9:23 AM IST

Assam-Meghalaya border

অসম-মেঘালয় সীমান্তত বৰ্তমানেও অব্যাহত আছে উত্তেজনা ৷ ইয়াৰ মাজতে পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক তাৎক্ষণিকভাৱে কৰা হৈছে বদলি (West Karbi Anglong SP transferred) ৷

  • অসম-মেঘালয় সীমান্তত বৰ্তমানেও অব্যাহত আছে উত্তেজনা (Assam Meghalaya border)
  • সীমান্তৰ মুক্ৰ’ৰ গুলীচালনাৰ ঘটনাত এই পৰ্যন্ত মৃত্যু হৈছে 9 জন লোকৰ
  • পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক তাৎক্ষণিকভাৱে কৰা হৈছে বদলি (West Karbi Anglong SP transferred)
  • জিৰিকিন্দিং থানাৰ (Jirikinding Police Station) ভাৰপ্ৰাপ্ত বিষয়া কাজল নাথক ইতিমধ্যে কৰা হৈছে নিলম্বন
  • তাৰোপৰি হামৰেন বন-সংমণ্ডলৰ বনৰক্ষী বিষয়া চিকাৰী ইংহিকো কৰা হৈছে নিলম্বন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.