হামৰেণ জিলা কাৰাগাৰ : পলায়ন দুই অপৰাধী

author img

By

Published : Jul 27, 2019, 12:35 PM IST

হামৰেণত চাঞ্চল্যকৰ ঘটনা ৷ শনিবাৰে পুৱাই জিলা কাৰাগাৰৰ পৰা পলায়ন কৰে দুই কুখ্যাত অপৰাধী ৷

  • হামৰেণ জিলা কাৰাগাৰৰ পৰা পলায়ন দুই কুখ্যাত অপৰাধী
  • অপৰাধী দুটা অপহৰণ কাণ্ডত জড়িত অতুল দেউৰী আৰু ধন দাবীৰ গোচৰত অভিযুক্ত চাৰছিং ৰংপী
  • শনিবাৰে পুৱা কাৰাগাৰৰ পৰা পলায়ন কৰে দুয়োটা অভিযুক্তই
  • দুয়োটা অপৰাধী বৈঠালাংছ' আৰক্ষীৰ গোচৰত অভিযুক্ত
  • পলাতক দুই অপৰাধীক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান
Intro:Body:হামৰেণত চাঞ্চল্যকৰ ঘটনা।
হামৰেণ জিলা কাৰাগাৰৰ পৰা পলায়ন দুই কুখ্যাত অপৰাধীৰ।অপৰাধী দুটা অপহৰণ কান্ডত জড়িত অতুল দেউৰী আৰু ধন দাবীৰ গোচৰত অভিযুক্ত চাৰছিং ৰংপী।আজি পুৱা কাৰাগাৰৰ পৰা পলায়ন কৰে দুয়োটা অভিযুক্তই।দুয়োটা অপৰাধী বৈঠালাংছ' আৰক্ষীৰ গোচৰত অভিযুক্ত।পলাতক দুই অপৰাধীক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.