Drugs seized in Tinsukia: নৈশ বাছৰ পৰা জব্দ ৬০ পেকেট ড্ৰাগছ

author img

By

Published : Dec 10, 2022, 10:04 AM IST

Updated : Dec 10, 2022, 10:46 AM IST

Drugs peddler arrested with drugs in Tinsukia

তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Drugs seized in Tinsukia) ৷ আজি পুৱাই তিনিচুকীয়া আৰক্ষীয়ে নৈশ বাছত অভিযান চলাই লাভ কৰে সাফল্য ৷ অভিযানকালত পূজা নামৰ নৈশ বাছখনৰ পৰা জব্দ কৰে ৬০ টা ড্ৰাগছৰ পেকেট ৷

  • তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
  • আজি পুৱাই তিনিচুকীয়া আৰক্ষীয়ে নৈশ বাছত অভিযান চলাই লাভ কৰে সাফল্য
  • অভিযানকালত পূজা নামৰ নৈশ বাছখনৰ পৰা জব্দ কৰে ৬০ টা ড্ৰাগছৰ পেকেট
  • জব্দ কৰা ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩০ লাখ টকাৰো অধিক হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ
  • তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক আৰু সদৰ আৰক্ষীৰ নেতৃত্বত চলিছিল এই অভিযান
  • আৰক্ষীয়ে ইতিমধ্যে বাছখনৰ চালক আৰু হেণ্ডিমেনৰ লগত চাৰিজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে
    নৈশ বাছৰ পৰা জব্দ ৬০ পেকেট ড্ৰাগছ
Last Updated :Dec 10, 2022, 10:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.