ETV Bharat / state

শোণিতপুৰত উদ্ধাৰ অস্ত্ৰ আৰু বিস্ফোৰক

author img

By

Published : Sep 7, 2022, 1:33 PM IST

শোণিতপুৰৰ মিছামাৰীত বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ (Weapons and explosives recovered) ৷ মাটিত পুতি থোৱা এটা ট্ৰাংকত উদ্ধাৰ এই অস্ত্ৰ-শস্ত্ৰ ৷

Weapons and explosives recovered in Sonitpur
শোণিতপুৰত উদ্ধাৰ অস্ত্ৰ আৰু বিস্ফোৰক

  • শোণিতপুৰ আৰক্ষীৰ বৃহৎ সাফল্য
  • শোণিতপুৰৰ মিছামাৰীত বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ
  • মাটিত পুতি থোৱা এটা ট্ৰাংকত উদ্ধাৰ এই অস্ত্ৰ-শস্ত্ৰ (Weapons and explosives recovered)
  • অস্ত্ৰৰ লগত বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ
  • অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসৰ নেতৃত্বত চলিছিল অভিযান
  • সেনাৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলিছিল অভিযান
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.