ETV Bharat / state

গাভৰু নদীৰ বাঢ়নী পানীয়ে ভাঙিলে বান্ধ

author img

By

Published : Aug 13, 2020, 11:57 AM IST

খহনীয়াৰ কবলত পৰিছে শোণিতপুৰৰ ৰঙাপৰা অঞ্চল ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা নামি অহা গাভৰু নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা খহনীয়া আজিকোপতি অব্যাহত আছে অঞ্চলটোত ৷

The dam of the river is broken by the rising water of Gavoru river rangapara sonitpur assam etv bharat news
গাভৰু নদীৰ বাঢ়নী পানীয়ে ভাঙিলে বান্ধ

ৰঙাপৰা,13 আগষ্ট: শোণিতপুৰৰ ৰঙাপৰাত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা নামি অহা গাভৰু নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা খহনীয়া আজিকোপতি অব্যাহত আছে ৷ শেহতীয়াভাৱে খহনীয়াৰ কবলত পৰিছে অঞ্চলটোত ৰাইজৰ শ্ৰমেৰে নিৰ্মিত নদীখনৰ বান্ধটো ৷ গাভৰুৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ বিস্তৰ কৃষি ভূমি প্লাৱিত কৰে ৷ ইফালে যিকোনো মুহুৰ্ততে নদীখনৰ বাঢ়নী পানীয়ে ভেলুৱাটাৰ গাঁওখন বুৰাই পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । অঞ্চলটোৰ খহনীয়াৰ দৃশ্য প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

প্লাৱিত বিস্তীৰ্ণ অঞ্চল

লগতে চাওকঃ মৰিগাঁৱৰ কৃষকৰ উদ্ভাৱন ইন্ধনবিহীন ভূঁই ৰোৱা যন্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.