ETV Bharat / state

শিৱসাগৰৰ দিখৌমুখত নাৱেৰে বিপদসংকুল যাতায়াত ৰাইজৰ

author img

By

Published : Oct 18, 2019, 9:43 AM IST

Updated : Oct 18, 2019, 12:24 PM IST

দিখৌমুখ গুৱালগাঁও পাৰাঘাটত নাৱেৰে বিপদসংকুলভাৱে যাতায়াত স্থানীয় ৰাইজৰ ৷ ৪০খনৰো অধিক গাঁওৰ যাতায়াতৰ একমাত্ৰ ভৰষা গুৱালগাঁৱৰ এই পাৰঘাটতো ৷ সত্তৰ দশকতেই যাতায়াতৰ সুবিধাৰ বাবে স্থানীয় লোকসকলে মুকলি কৰিছিল এই পাৰঘাট ৷

শিৱসাগৰৰ দিখৌমুখত নাঁৱেৰে যাতায়াত ৰাইজৰ

আমগুৰি, 18 অক্টোবৰঃ শিৱসাগৰৰ দিখৌমুখত নাৱেৰে বিপদসংকুলভাৱে যাতায়াত ৰাইজৰ ৷ দিখৌমুখ গুৱালগাঁও পাৰাঘাটত দীৰ্ঘদীনে নাৱেৰে যাতায়াত কৰি আহিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, দিখৌনদীৰ এই পাৰাঘাটটো সত্তৰ দশকতেই যাতায়াতৰ সুবিধাৰ বাবে স্থানীয় লোকসকলে মুকলি কৰিছিল ৷ ৪০খনৰো অধিক গাঁওৰ যাতায়াতৰ একমাত্ৰ ভৰষা গুৱালগাঁৱৰ এই পাৰঘাটতো ৷

দিখৌমুখ গুৱালগাঁও পাৰাঘাট

আনহাতে এই ঘাটটোৱেদি অফলা, গড়ভঙা, গটঙা, শান্তিপুৰ, স'ৰাগুৰি, কৈৱৰ্ত্ত গাঁওকে ধৰি দূৰ-দূৰণিৰ পৰা বহু লোকে অহা-যোৱা কৰে ৷ অঞ্চলকেইটাৰ যাতায়াতৰ একমাত্ৰ যোগসূত্ৰ এই পাৰঘাটত বিপদসংকুল নাঁৱৰ যাত্ৰাই ভাবুকি কঢ়িয়াই আনিছে লোকসকলৰ জীৱনলৈ ৷ সেয়ে স্থানীয়লোকসকলে চৰকাৰক পাৰঘাটটোৰ সলনি এখন স্থায়ী দলং নিৰ্মানৰ বাবে আহ্বান জনাইছে ৷

Intro:Body:আমগুৰি ১৮ অক্টোবৰ:


শিৱসাগৰৰ দিখৌমুখত বিপদসংকুল যাতায়াত

দিখৌমুখ গুৱালগাঁও পাৰাঘাটত দীৰ্ঘদীনে নাৱেৰে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে স্থানীয়লোকসকলে

দিখৌনদীৰ এই পাৰাঘাটটো সত্তৰ দশকৰপৰাই যাতায়াতৰ সুবিধাৰ কাৰণে স্থানীয় লোকসকলে মুকলি কৰিছিল

৪০খনৰো অধিক গাঁওৰ যাতায়াতৰ একমাত্ৰ ভৰষা গুৱালগাঁও পাৰাঘাটেদিয়েই স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যৱসায়-বাণিজ্য কৰা লোকসকলৰো একমাত্ৰ ভৰষা

এই ঘাটটোৱেদি অফলা, গড়ভঙা, গটঙা, শান্তিপুৰ, স'ৰাগুৰি, কৈৱৰ্ত্ত গাঁওকে ধৰি দূৰ-দূৰণিৰ পৰা বহু লোকে অহা-যোৱা কৰে।

স্থানীয়লোকসকলে বিজেপি চৰকাৰক পাৰাঘাটৰ সলনি এখনি স্থায়ী দলংৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
Last Updated : Oct 18, 2019, 12:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.