Road Accident at Kaliabor : শোকাৱহ পথ দুৰ্ঘটনাত নিহত 5 জন বিবাহ যাত্ৰী

author img

By

Published : Nov 22, 2022, 8:13 AM IST

Updated : Nov 22, 2022, 9:02 AM IST

Road Accident at Kaliabor

কলিয়াবৰৰ হাতীয়েখোৱাত নিশা শোকাৱহ পথ দুৰ্ঘটনা (Road Accident at Kaliabor) ৷ ঘটনাস্থলীতে নিহত ৫ জনকৈ আৰোহী ৷

  • কলিয়াবৰৰ হাতীয়েখোৱাত নিশা শোকাৱহ পথ দুৰ্ঘটনা (Road Accident at Kaliabor)
  • হুণ্ডাই অউৰা বাহনক মহতিয়াই নিলে এখন মালবাহী ট্ৰাকে (Truck Car collision at Kaliabor)
  • ঘটনাস্থলীতে নিহত ৫ জনকৈ আৰোহী
  • বিবাহযাত্ৰী আছিল হুণ্ডাই বাহনখনত থকা আটাইকেইজন যুৱক
  • দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকৰ চালক-হেণ্ডিমেনৰ পলায়ন
  • নিহত যুৱককেইজন ক্ৰমে- বিবেক দাস, সমীৰ পাল, বিকাশ শৰ্মা, সন্দীপ কুমাৰ পাল আৰু সঞ্জয় দাস
    শোকাৱহ পথ দুৰ্ঘটনাত নিহত 5 জন বিবাহ যাত্ৰী
  • নিহত যুৱককেইজনৰ ঘৰ গোলাঘাট জিলাৰ বোকাখাতত বুলি জানিব পৰা গৈছে
  • কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ অভিমুখী ৭১৫ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো
  • দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ দুটা- AS ০৫ Q ২৬৮৩ আৰু UP ৩ AT ২৭৬৬
Last Updated :Nov 22, 2022, 9:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.