ETV Bharat / state

শদিয়াৰ পৰা ধুবুৰীলৈ কেব বিৰোধী আন্দোলনঃ কেব নামানে অসমীয়াই

author img

By

Published : Dec 6, 2019, 8:32 PM IST

আজি ৰাজ্যজুৰি দেখিবলৈ পোৱা গ'ল বিভিন্ন দল-সংগঠনৰ কেব বিৰোধী গণ আন্দোলন ৷

কেবৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য
কেবৰ ৰাজ্যজুৰি প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ

কেন্দ্ৰীয় কেবিনেটৰ কেব অনুমোদনৰ পিচতেই ৰাজ্যৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে ক্ষোভৰ বহিঃ প্ৰকাশ ৷ কেবৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ আজি ৰাজ্যজুৰি দেখিবলৈ পোৱা গ'ল বিভিন্ন দল-সংগঠনৰ কেব বিৰোধী গণ আন্দোলন ৷

কেব বিৰোধী প্ৰতিবাদে কঁপালে অসমৰ চৌদিশ
Intro:সমগ্ৰ‍ অসমতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

আছুৰ নেতৃত্বত ৩০ টা সংগঠনৰ সংশোধিত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বিক্ষোভ কাৰ্য‍্যসূচীBody:কলিয়াবৰৰ কুঁৱৰীটোলত আছুৰ নেতৃত্বত বিক্ষোভ কাৰ্য‍্যসূচীত অংশগ্ৰহণ কৰে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ তথা ছাত্ৰ-ছাত্ৰী, জ‍্যেষ্ঠ নাগৰিক, পুৰুষ-মহিলাই।
বিক্ষোভৰ সময়ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ‍্য চৰকাৰ আৰু অগপ দলৰ অসমীয়া জাতিদ্ৰোহী কাৰ্য‍্যক সকলোৱে তীব্ৰ সমালোচনা কৰে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.