ETV Bharat / state

কলিয়াবৰত দুষ্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ: এজন গ্ৰেপ্তাৰ

author img

By

Published : Jul 4, 2022, 2:11 PM IST

Keku Snake Smuggler detained at Kaliabor
কলিয়াবৰত দুষ্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ

কলিয়াবৰত আৰক্ষীৰ অভিযানত দুষ্প্ৰাপ্য কেঁকো সাপসহ এজন সৰবৰাহকাৰীক আটক (Keko Snake Smuggler detained at Kaliabor)৷

কলিয়াবৰ, 4 জুলাই: কলিয়াবৰত দুষ্প্ৰাপ্য কেঁকো সাপসহ এজন সৰবৰাহকাৰী এজনক আটক (Gekko Snake Smuggler detained at Kaliabor)৷ এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত চুলুং আৰক্ষীয়ে অভিযান চলায় ৷

কলিয়াবৰত দুষ্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ

আৰক্ষীয়ে এই অভিযানত তিনিটা দুষ্প্ৰাপ্য কেঁকো সাপ হাতে লোটে উদ্ধাৰ কৰে ( Gekko snake seized) ৷

ধৃত সৰবৰাহকাৰীটো হাতীগাঁও বস্তীৰ জাহাদুল ইছলাম বুলি জানিব পৰা গৈছে ৷ দীৰ্ঘদিনৰে পৰা কেঁকো সাপ ব্যৱসায়ৰ লগত জড়িত আছিল জাহাদুল ৷ এটা কেঁকো সাপৰ বৰ্তমানৰ বজাৰ মূল্য 10 লাখ টকা ৷

লগতে পঢ়ক: মৈৰাবাৰীত ড্ৰাগছ ছয় সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.