BREAKING NEWS: মৰিগাঁৱৰ ন-ভেটিত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Sep 8, 2022, 3:46 PM IST

Updated : Sep 8, 2022, 7:44 PM IST

Massive fire in Morigaon

বৃহস্পতিবাৰে মৰিগাঁৱৰ ন-ভেটিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Massive fire in Morigaon) ৷ অগ্নিকাণ্ডত জাহ যায় এটা বাসগৃহ ৷ অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই ৷

ধিং, 8ছেপ্টেম্বৰ: মৰিগাঁৱত অঘটন ৷ জিলাখনৰ ন-ভেটিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো (Massive fire in Morigaon) ৷ বৃহস্পতিবাৰে সংঘটিত এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় এটা বাসগৃহ ৷

মৰিগাঁৱৰ ন-ভেটিত ভয়ংকৰ অগ্নিকাণ্ড

পিছে এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ এইপৰ্যন্ত জানিব পৰা নাই (Fire broke out in Morigaon) ৷ ইফালে অগ্নিকাণ্ডৰ মাজতে বিস্ফোৰিত হয় এটা ছিলিণ্ডাৰো ৷ অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই ৷

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপন বাহিনী ঘটনাস্থলীত উপস্থিত হয় যদিও সম্পূৰ্ণৰূপে ভস্মীভূত হয় ঘৰটো ৷

লগতে পঢ়ক: BREAKING NEWS: ধনশিৰিৰ বৰপথাৰ নগৰত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান

Last Updated :Sep 8, 2022, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.