ETV Bharat / state

কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল SI জোনমণি ৰাভাক

author img

By

Published : Jun 4, 2022, 4:49 PM IST

Updated : Jun 4, 2022, 7:17 PM IST

কাৰাগাৰলৈ প্ৰেৰণ জোনমণি ৰাভাক (SI Junmoni Rabha)৷ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ জোনমণি ৰাভাক । মাজুলী আৰক্ষীয়ে গেপ্তাৰ কৰিছিল SI জোনমণি ৰাভাক ।

SI Junmoni Rabha
কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল SI জোনমণি ৰাভাক

মাজুলী, 4 জুন: অৱশেষত কাৰাগাৰলৈ প্ৰেৰণ জোনমণি ৰাভাক (SI Junmoni Rabha)৷ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ জোনমণি ৰাভাক । মাজুলী আৰক্ষীয়ে গেপ্তাৰ কৰিছিল SI জোনমণি ৰাভাক ।

গ্ৰেপ্তাৰ কৰাৰ কিছু সময়ৰ পাছতেই ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে SI জোণমনি ৰাভাক । ভাৱী স্বামী ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ লগত নাম সাঙুৰ খাইছিল জোনমণি ৰাভা । যাৰ প্ৰৰিপ্ৰেক্ষিতত যোৱা বৃহস্পতিবাৰৰ পৰা জোনমণি ৰাভাক জেৰা কৰিছিল মাজুলী আৰক্ষীয়ে ।

লগতে পঢ়ক: গ্ৰেপ্তাৰৰ পাছত জোনমনি ৰাভাৰ প্ৰথম প্ৰতিক্ৰিয়া: মই ষড়যন্ত্ৰৰ বলি হৈছো

Last Updated :Jun 4, 2022, 7:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.