DAC poll 2022: নাৰায়ণপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা

author img

By

Published : Nov 8, 2022, 4:18 PM IST

DAC poll 2022

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ভোট গ্ৰহণ প্ৰক্ৰিয়াত বিসংগতি সৃষ্টি হোৱাৰ অভিযোগ (Violation during DAC poll) ৷ বিজেপিৰ হৈ প্ৰিজাইডিং অফিচাৰে কাম কৰাৰ অভিযোগ ৷ পুনৰ নতুনকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী উত্তেজিত ৰাইজৰ ৷

  • আজি ৰাজ্যত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে (DAC poll 2022)
  • এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বিসংগতি সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন
  • ভোটগ্ৰহণৰ মাজতে স্থানীয় বিধায়ক ড° অমিয় কুমাৰ ভূঞাক এটি ভোট কেন্দ্ৰৰ পৰা ৰাইজে পহুখেদা
  • পুনৰ এটা ভোট গ্ৰহণ কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি (Violation during DAC poll)
    নাৰায়ণপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা
  • ১৮ নং পিছলা সমষ্টিৰ বীনাপাণি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ কেন্দ্ৰত সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতি
  • ভোটদান প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে ভোটাৰে
  • বিজেপিৰ হৈ প্ৰিজাইডিং অফিচাৰে কাম কৰাৰ অভিযোগ
  • পুনৰ নতুনকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী উত্তেজিত ৰাইজৰ
  • বৰ্তমান পৰ্যন্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰক্ষীয়ে
  • যাৰ ফলত ভোটদান প্ৰক্ৰিয়া বন্ধ হৈ আছে কেন্দ্ৰটোত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.