ETV Bharat / state

দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

author img

By

Published : Dec 21, 2020, 2:25 PM IST

বিটিআৰৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্বভাৰ লৈয়ে চাডেন ভিজিট আৰম্ভ কৰিছে প্ৰমোদ বড়োৱে ৷ সোমবাৰে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়ৰ লগতে কোকৰাঝাৰৰ নলাসমুহ পৰিদৰ্শন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷ কিন্তু পৰিদৰ্শন কৰি ক্ষোভিত আৰু হতবাক হৈ পৰে প্ৰমোদ বড়ো ৷

BTR Chief Promad Boro sudden visit Municipality area
দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

কোকৰাঝাৰ,২১ ডিচেম্বৰঃ বিটিআৰৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্বভাৰ লৈয়ে চাডেন ভিজিট আৰম্ভ কৰিছে প্ৰমোদ বড়োৱে ৷ সোমবাৰে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়ৰ লগতে কোকৰাঝাৰৰ নলাসমুহ পৰিদৰ্শন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷ কিন্তু পৰিদৰ্শন কৰি ক্ষোভিত আৰু হতবাক হৈ পৰে প্ৰমোদ বড়ো ৷

দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

কোকৰাঝাৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ আগত কোকৰাঝাৰ সদৰ চহৰৰ ব্যৱস্থাপনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে প্ৰমোদ বড়োৱে।

BTR Chief Promad Boro sudden visit Municipality area
দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট প্ৰমোদ বড়োৰ

পৌৰসভাত একোৱেই নাই বুলি মন্তব্য কৰি কোকৰাঝাৰ পৰিস্কাৰ আৰু পৰিচ্ছন্ন হ'ব লাগিব বুলি কয় বড়োৱে ৷ তদুপৰি কৃত্ৰিম বানপানীৰ পৰাও কোকৰাঝাৰ চহৰখন মুক্ত কৰিব লাগিব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷

BTR Chief Promad Boro sudden visit Municipality area
দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট প্ৰমোদ বড়োৰ

তদুপৰি চহৰখনত পুথিভঁৰাল,ইণ্ডোৰ ষ্টেডিয়াম,প্ৰেক্ষাগৃহৰ প্ৰয়োজন আছে বুলি মন্তব্যৰে কোকৰাঝাৰ চহৰখনক জাকত জিলিকা কৰি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে প্ৰমোদ বড়োৱে ৷

BTR Chief Promad Boro sudden visit Municipality area
দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট প্ৰমোদ বড়োৰ

আনহাতে পৰিদৰ্শন কালত বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীক সংগ দিয়ে কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী আৰু উকিল মুছাহাৰীয়ে ৷

BTR Chief Promad Boro sudden visit Municipality area
দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট প্ৰমোদ বড়োৰ

লগতে পঢ়কঃবৰপেটাৰ 80 বছৰীয়া বৃদ্ধৰ ব্যতিক্ৰমী পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.