ETV Bharat / state

কৰিমগঞ্জৰ শ্ৰম বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ

author img

By

Published : Aug 4, 2020, 11:43 PM IST

কৰিমগঞ্জ জিলাৰ শ্ৰম বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷ শ্ৰমিকৰ ধন আত্মসাৎ কৰি ভূৱা তালিকা প্ৰস্তুত কৰাৰ অভিযোগ শ্ৰম বিভাগৰ বিৰুদ্ধে ৷

Uttar karimganja MLA Protest by Lobur Department
কৰিমগঞ্জৰ শ্ৰম বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ

কৰিমগঞ্জ, 4 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে মঙলবাৰে উত্তৰ কৰিমগঞ্জ জিলাৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই শ্ৰম বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ শ্ৰমিকৰ ধন আত্মসাৎ কৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক গৰাকীয়ে ৷

উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা অহা কেইবা হাজাৰ শ্ৰমিক কৰ্মহীন হৈ থকাৰ সময়ত শ্ৰম বিভাগে ভূৱা তালিকা প্ৰস্তুত কৰি শ্ৰমিকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উখাপন হৈ আহিছে ৷ যাৰবাবে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বিধায়ক গৰাকীয়ে ৷

কৰিমগঞ্জৰ শ্ৰম বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ

লগতে পঢ়ক : ৰাইজে চোৰক উত্তম মধ্যম দি গতাই দিলে আৰক্ষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.