ETV Bharat / state

কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : May 27, 2021, 9:05 PM IST

road-accident-in-karimganj
কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী ৷

কৰিমগঞ্জ, 27 মে’ : কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী পথত বৃহস্পতিবাৰে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহীজন ৷

road-accident-in-karimganj
কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

ইফালে ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ ট্ৰাকলৈ পলায়ন কৰে চালকজনে ৷ পৰৱৰ্তী সময়ত খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় বদৰপুৰ আৰক্ষী ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ৷ এই দুৰ্ঘটনাৰ পাছতে অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

লগতে পঢ়ক: ডিগবৈত অবৈধ তেল ভাণ্ডাৰ উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.