ETV Bharat / state

ডিফুৰ বকলীয়াঘাটত পথ দুৰ্ঘটনাত এজন নিহত

author img

By

Published : Nov 29, 2020, 9:19 PM IST

as_diphu_bakaliyaghat-road-accident_img_ AS10035
ডিফুৰ বকলীয়াঘাটত পথ দুৰ্ঘটনাত এজন নিহত

ডিফুৰ বকলীয়াত সংঘটিত পথ দুৰ্ঘটনাত এজন লোক নিহত হয় ৷ নিহত লোকজন প্ৰদীপ কোচ বুলি চিনাক্ত কৰা হৈছে ৷

ডিফু,29 নৱেম্বৰঃ দেওবাৰে ডিফুৰ বকলীয়াত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ বকলীয়াৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাইকৰ খুন্দাত নিহত হয় এজন পথচাৰী ৷ নিহত লোকজন বকলীয়াঘাটৰ এক নং উদালিৰ নিবাসী প্ৰদীপ কোচ বুলি চিনাক্ত কৰা হৈছে ৷

পথ অতিক্ৰম কৰিবলৈ লোৱা সময়তেই তীব্ৰবেগী মটৰ চাইকেলে খুন্দিয়াই থৈ যায় প্ৰদীপ কোচক ৷ আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখন ৷

লগতে পঢ়ক-মিৰ্জাত মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকী পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.