Food poisoning in Changsari: চাংসাৰিত মাহ প্ৰসাদ খাই আক্ৰান্ত অৰ্ধ শতাধিক লোক

author img

By

Published : Nov 21, 2022, 7:26 AM IST

Updated : Nov 21, 2022, 12:32 PM IST

Many people suffer from food poisoning After eaten prasad in Guwahati

গুৱাহাটীৰ চাংসাৰিৰ বনমাজাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা ৷ মাহ প্ৰসাদ খাই অসুস্থ অঞ্চলটোৰ অৰ্ধ শতাধিক লোক (Food poisoning in Guwahati) ৷

  • উত্তৰ গুৱাহাটীৰ চাংসাৰিৰ বনমাজাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা
  • মাহ প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত অঞ্চলটোৰ অৰ্ধ শতাধিক লোক (Food poisoning in Guwahati)
  • আক্ৰান্তসকলৰ অধিকাংশক তোলাৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি
  • ইয়াৰে ১৩ গৰাকী লোকক GMCH লৈ স্থানান্তৰ
  • ইফালে ঘৰে ঘৰে গৈও একাংশ আক্ৰান্তক চিকিৎসা প্ৰদানৰ চেষ্টা চলাইছে স্বাস্থ্যকৰ্মীৰ দলে
  • আঠিয়াবৈ বনমাজা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ পংকজ ডেকাৰ নেতৃত্বত চলিছে চিকিৎসা
  • এই ঘটনাৰ পাছতেই আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ(Many people suffer from food poisoning)
    চাংসাৰিত মাহ প্ৰসাদ খাই আক্ৰান্ত অৰ্ধ শতাধিক লোক
Last Updated :Nov 21, 2022, 12:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.