ক’ভিডত আক্ৰান্ত ধিং এক্সপ্ৰেছ হিমা দাস

author img

By

Published : Oct 13, 2021, 12:19 PM IST

as_ghy_01_hima_das_covid_positive_7209925

হিমা দাসৰ দেহত ধৰা পৰিছে ক’ভিড 19ৰ উপস্থিতি ৷ মঙলবাৰে ক’ভিড পৰীক্ষাৰ ফলাফল পজিটিভ আহে এথলিট গৰাকীৰ ৷

গুৱাহাটী, 13 অক্টোবৰ : ক’ভিড 19ত আক্ৰান্ত হ’ল ধিং এক্সপ্ৰেছ হিমা দাস ৷ মঙলবাৰে এথলিট গৰাকীৰ দেহত ধৰা পৰে ক’ভিড 19ৰ উপস্থিতি ৷ সম্প্ৰতি পাটিয়ালাস্থিত ছাইত এছিয়ান আৰু কমনৱেল্থ গেমছৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে হিমাই ৷

এথলিট গৰাকীৰ দেহত ক’ভিডৰ কিছু লক্ষ্যণে দেখা দিয়াৰ পিছত স্বাস্থ্য পৰীক্ষা কৰিছিল ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা ৷ বৰ্তমান পাটিয়ালাতে আছে হিমা ৷

লগতে পঢ়ক : কাটাৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ডেনমাৰ্কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.